Humaira Creation
Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Humaira Creation, Blogger, HARIPUR TO BHELLA PWD Road, Barpeta.
07/06/2026
ধৰ্মৰ নামত বিভাজনৰ ৰাজনীতি কৰি মানুহক মানুহৰ পৰা আঁতৰাই ৰখাটো কেতিয়াও সমাজৰ মংগলৰ বাবে নহয়। হিন্দু-মুছলিমৰ মাজত বিভেদ সৃষ্টি কৰি হয়তো কিছুমান শক্তিশালী লোক বা গোটে সাময়িক লাভ আদায় কৰিব পাৰে, কিন্তু ইয়াৰ মূল ক্ষতি ভুগিবলগীয়া হয় সাধাৰণ জনতাই।
যেতিয়া মানুহে নিবনুৱা সমস্যা, মূল্যবৃদ্ধি, শিক্ষা, স্বাস্থ্য, কৃষক আৰু শ্ৰমিকৰ অধিকাৰৰ দৰে গুৰুত্বপূৰ্ণ বিষয় পাহৰি ধৰ্মৰ নামত বিভক্ত হয়, তেতিয়া সমাজৰ প্ৰকৃত উন্নয়ন থমকি ৰয়। হিন্দু হওক বা মুছলিম হওক, সাধাৰণ মানুহৰ দুখ-কষ্ট, আশা-আকাংক্ষা আৰু দৈনন্দিন সমস্যাবোৰ একেই।
সেয়ে বিভাজন নহয়, সম্প্ৰীতিৰ পথেই অসমৰ শক্তি। ঐক্য, ভাতৃত্ববোধ আৰু পাৰস্পৰিক সন্মানৰ জৰিয়তেই এখন সুন্দৰ, শান্তিপূৰ্ণ আৰু উন্নত অসম গঢ়ি তোলা সম্ভৱ।
আৰু দুটা বাচ্ছা হব। কিবা খাবলৈ দিয়া ! ইত্যাদি ইত্যাদি বাক্যৰে মিঞা মানুহৰ ৰূপলৈ অভিনয় কৰিছে গুণগত শিক্ষাৰে উজলি থকা প্ৰতিষ্ঠান শংকৰদেৱ শিক্ষা নিকেতন, গহপুৰৰ এজন ছাত্ৰই। এতিয়া প্ৰশ্ন হয় গোটেই অসম বিখ্যাত এনে এখন প্ৰতিষ্ঠানত নিদিষ্ট এটা জনগোষ্ঠীক লক্ষ্য কৰি এনে অভিনয়ে কি সূচায় ? নে মিঞাৰ লৰা ছোৱালী উক্ত প্ৰতিষ্ঠানটোত পঢ়ুৱা নিষিদ্ধ আছে। হিন্দু মুছলমান আৰু সাম্প্ৰদায়িক হিংসা বিয়পোৱা হয় নেকি আপোনালোকৰ প্ৰতিষ্ঠানত ??
Jayanta Saikia
Sankardev Shiksha Niketan, Solengi, Gohpur
আপোনালোকৰ পৰা উত্তৰ বিচাৰিছোঁ।
आज भी हर रात चुपके से उन्हें देखता हूँ…
और फिर अकेले में मुस्कुरा कर रो पड़ता हूँ…💔”
Click here to claim your Sponsored Listing.
Category
Contact the public figure
Website
Address
Barpeta
781302