Reporter ALOM

Reporter ALOM

Share

সদায় ৰাইজৰ হৈ কাম কৰি‌ যাম।

31/05/2026

দ্বিতীয় বাৰৰ বাবে আই পি এল চেম্পিয়নৰ খিতাপ দখল কৰিলে ৰ’য়েল চেলেঞ্জাৰ্ছ বেংগালুৰু 🏆

15/01/2026
15/01/2026

14/01/2026

11/05/2025

আজি পঞ্চায়ত নিৰ্বাচনৰ ফলাফলৰ দিন এইয়া বৰপেটাৰ দৃশ্য

10/05/2025

Kon Hai ye log

06/05/2025

আজকে খুশির দিনে Election Rally

Photos from Reporter ALOM's post 06/05/2025

কোনে জানে কাৰ মৃত্যুৰ ঘণ্টা কেতিয়া বাজে। বৰ নিষ্ঠুৰ আৰু বাস্তৱ সত্য এই মৃত্যুৰ পৰা আমি কোনেও সাৰি যাব নোৱাৰোঁ । কাৱৈমাৰী এক্সেজ এৰিয়া ঘ ব্লকৰ ৰফিকুল ইছলাম (ডাক্তৰ) Habil Uddin ৰ dada আজি দিনৰ 1বজাত (06-5-2025) নিজ বাসগৃহত মৃত্যু হয় । ৰফিক ডাক্তৰ আকস্মিক মৃত্যুত আমি মৰ্মাহত হৈছোঁ । আমাক সকলোকে কন্দুৱাই আজি চিৰ বিদায় মাগিলে । আজি 06-05-2025 ইংৰাজী তাৰিখত ৰাতি 8 - 30 বজাত তেখেতৰ জানাজা সম্পন্ন কৰা হ'ব নিজ বাসগৃহত । জানাজাত অংশ গ্ৰহণ কৰিবলৈ পৰিয়ালৰ লোকে সকলো ধৰ্ম পৰায়ণ লোকক আহ্বান জনায় । মৃত্যুৰ সময়ত এৰি থৈ যোৱা তেখেতৰ সহধৰ্মিনী আৰু পুতেক লগতে ভাই ককাই ভতিজা - ভতিজীক এৰি থৈ চিৰ দিনৰ বাবে বিদায় মাগিলে। তেখেতৰ আত্মাৰ চিৰ শান্তি বাবে সকলোৰে ওচৰত দোৱা বিচাৰিছে পৰিয়ালৰ লোকে ।

05/05/2025

মনিৰ উদ্দিনৰ মৃত ১৪ মহীয়া সন্তানৰ বাবে মৌনতা অৱলম্বন

05/05/2025

মনিৰ উদ্দিনৰ নিৰ্বাচনী সভাত মৌলানা ইদ্ৰিছ আলী চাহাবৰ দোৱা।

Want your business to be the top-listed Media Company in Barpeta?
Click here to claim your Sponsored Listing.

Website

Address

Bhakterdoba
Barpeta
781352