The Nabiul

The Nabiul

Share

Follow and like our page to get a variety of entertaining and informative videos

21/05/2026

দেশৰ আৰ্থিক অৱস্থা সংকটৰ সময়ত, মূল্য বৃদ্ধিয়ে সাধাৰণ নাগৰিকক কংগা কৰি থকা অৱস্থাত মোদী ডাঙৰীয়াই বিলাসী বিদেশ ভ্ৰমণ কৰা সঠিক নে?

20/05/2026

মানুজনে এইবোৰ কি কৈ আছে,এবাৰ শুনি চাবচোন।

12/05/2026

লোকজনৰ নামটো কিয় প্ৰচাৰ নকৰে? "লোকজন" বুলি কিয় প্ৰচাৰ কৰি আছে? দুৰ্ধৰ্ষ দূস্কৃতিকাৰী বুলি কিয় নকয়? সংবাদমাধ্যমে মানুহৰ নামৰ ওপৰত ভিত্তি কৰি অপৰাধী সকলক শ্ৰেণীবিভাজন কৰি প্ৰচাৰ কৰে।। অপৰাধীক অপৰাধী হিচাপে প্ৰচাৰ কৰা উত্তম। লোকজন চিনাকি নে অচিনাকি সেয়া জনাওক।। ৰাইজে আগ্ৰহেৰে জানিব বিচাৰি আছে।

Want your public figure to be the top-listed Public Figure in Basugaon?
Click here to claim your Sponsored Listing.

Category

Telephone

Address

Basugaon
Basugaon