Ayub ali

Ayub ali

Share

pokkar play

23/12/2022

Sl.38
Name - Sohail Ahmed
Vill- Silbori
Dis- Darrang assam



#২০২২ চন শেষ হও হও বুলি অলপ কেইদিন বাকী আছে গতিকে (Republic LIVE) ৰ ফালৰ পৰা যুৱক যুৱতিৰ মাজত ২০২২চনৰ ফটো স্মৃতি হিচাপে ৰাখি ফটো প্ৰতিযোগিতা আয়োজন কৰিছো যি সকল সদাশয় ফটো প্ৰতিযোগিতা অংশগ্ৰহণ কৰিব তেওঁলোকে আমাৰ হোৱাটছাপ নম্বৰ +91 97065 71096 আপোনালোকৰ এখন ফটো প্ৰেৰন কৰক

ফটো প্ৰতিযোগিতা নিয়ম সমূহ:-
১/এজন প্ৰতিযোগিয়ে এটা ফটো দিব পাৰিব তেওঁলোকৰ নাম আৰু ঠিকনা দিব
২/ কনকন ছোৱালী আৰু যুৱতি সকলক। মেখেলা চাদৰ পিন্দা হ'ব লাগিব ফটো 2022চনৰ
৩/ফটো প্ৰতিযোগিয়ে যিকোনো কাপোৰ পিন্ধি ফটো প্ৰতিযোগিতা অংশগ্ৰহণ কৰিব পাৰিব 2022চনৰ ফটো লাগিব
৪/ ফটো প্ৰতিযোগিয়ে পেজখন এটা শেৱাৰৰ বাবে ১০নম্বৰ আৰু লাইক ৰ বাবে ৫ নম্বৰ দিয়া হব পেজখন লাইক কৰি ল'ব ।
৫/শেৱাৰৰ আৰু লাইকৰ ওপৰত ভিত্তি কৰি ফলাফলৰ ঘোষণা কৰা হ'ব
৬/ এজন প্ৰতিযোগিয়ে এটা শেৱাৰ কৰিব পাৰিব
৭/ফটো প্ৰতিযোগিতা আৰম্ভ তাৰিখ 20 ডিচেম্বৰ আৰু অন্তিম তাৰিখ 30ডিচেম্বৰ ১জানুৱাৰীত তাৰিখে ফটো প্ৰতিযোগিতা ফলাফল ঘোষণা কৰা হব তিনিগৰাকী বিজয়ী হিচাপে ঘোষণা কৰা হব উপযুক্ত পুৰস্কাৰ আৰু মানপত্ৰ প্ৰদান কৰা হ'ব
#প্ৰথম পুৰস্কাৰ ৫০০০/-টকা মান পত্ৰ
#দ্বিতীয় পুৰস্কাৰ ৩০০০/-টকা মান পত্ৰ
#তৃতীয় পুৰস্কাৰ ২০০০/-টকা মান পত্ৰ

Want your public figure to be the top-listed Public Figure in Darrang?
Click here to claim your Sponsored Listing.

Category

Website

Address

Sulbori
Darrang
105