All Assam Compititive Exams Preparations
অসম চৰকাৰৰ পৰীক্ষাৰ প্ৰস্তুতিৰ বাবে কিছু আহিলা...📖👨🎓👩🎓
প্ৰশ্ন : কোন চনত অসমত ৰাষ্ট্ৰীয় ক্ৰীড়া অনুষ্ঠিত কৰা হৈছিল ?
উত্তৰ : ক) ২০০৩
খ) ২০০৪
গ) ২০০৬
ঘ) ২০০৭
প্ৰশ্ন : মহাত্মা গান্ধী প্ৰথমবাৰ অসমলৈ কেতিয়া আহিছিল ?
উত্তৰ : ক) ১৯২০
খ) ১৯২১
গ) ১৯২২
ঘ) ১৯২৩
প্ৰশ্ন : ইয়াণ্ডাবু সন্ধি কেতিয়া স্বাক্ষৰিত হৈছিল ?
উত্তৰ : ক) ১৮২৪
খ) ১৮২৫
গ) ১৮২৬
ঘ) ১৮২৭
প্ৰশ্ন : প্ৰথম অসমীয়া আলোচনী অৰুনোদই মুক্তি কেতিয়া হৈছিল ?
উত্তৰ : ক) ১৮৪৫
খ) ১৮৪৬
গ) ১৮৪৭
ঘ) ১৮৪৮
প্ৰশ্ন : প্ৰথম অসমীয়া বোলছবি জয়মতী কেতিয়া মুক্তি লাভ কৰিছিল ?
উত্তৰ : ক) ১৯৩৫
খ) ১৯৩৬
গ) ১৯৩৭
ঘ) ১৯৩৮
প্ৰশ্ন : কোন চনত অসমৰ ৰাজধানী শ্বিলংৰ পৰা দিছপুৰলৈ অনা হৈছিল ?
উত্তৰ : ক) ১৯৭০
খ) ১৯৭১
গ) ১৯৭২
ঘ) ১৯৭৩
প্ৰশ্ন : অসম সাহিত্য সভা কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল ?
উত্তৰ : ক) ১৯১৫
খ) ১৯১৬
গ) ১৯১৭
ঘ) ১৯১৮
প্ৰশ্ন : কোন বছৰত IIT গুৱাহাটী প্ৰতিষ্ঠা কৰা হৈছিল ?
উত্তৰ : ক) ১৯৯৩
খ) ১৯৯৪
গ) ১৯৯৫
ঘ) ১৯৯৬
প্ৰশ্ন : পথৰুঘাটৰ ৰণ কেতিয়া হৈছিল ?
উত্তৰ : ক) ১৮৯২
খ) ১৮৯৩
গ) ১৮৯৪
ঘ) ১৮৯৫
Click here to claim your Sponsored Listing.