Bamunjuli Anchalic Committee - AAGSU

Bamunjuli Anchalic Committee - AAGSU

Share

সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা , বামুনজুলি আঞ্চলিক সমিতি Official page of Bamunjuly Anchalic Aagsu...

28/01/2024

সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা, বামুনজুলি আঞ্চলিক সমিতি (আগ্ছু)ৰ '' দ্বিতীয় গোৰ্খা ক্ৰিকেট টুৰ্নামেন্ট-2024 '' ৰ আজি ফাইনেল খেল বি.এন‌ শাখা সমিতি (আগ্ছু) আৰু কালিখোলা শাখা সমিতি (আগ্ছু)ৰ মাজত অনুষ্ঠিত হয়। অৱশেষত কালিখোলা শাখা সমিতি (আগ্ছু)ক পৰাজয় কৰি বি.এন শাখা সমিতি (আগ্ছু) বিজয়ী হয় । খেলখন সুন্দৰ ভাৱে পৰিচালনা তথা আয়োজন কৰা বামুনজুলি আঞ্চলিক সমিতি (আগ্ছু)ৰ ক্ৰীড়া সম্পাদক
শ্ৰী D J Rai লগতে আয়োজক সমিতিৰ সভাপতি/সম্পাদক আৰু আয়োজক সমিতিৰ সকলো বিষয়ববীয়ালৈ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিলোঁ। খেলখনত উপস্থিত থাকে বামুনজুলি আঞ্চলিক সমিতি (আগ্ছু)ৰ সভাপতি শ্ৰী Monish Limbu Thebe ডাঙৰীয়া, সম্পাদক শ্ৰী पदम गोर्खा ডাঙৰীয়া, সাংগঠনিক সম্পাদক শ্ৰী Tansh B Pradhan ডাঙৰীয়া, কাৰ্য়‌্যলয় সম্পাদক শ্ৰী Jiban Chetry ডাঙৰীয়া লগতে উপস্থিত থাকে বামুনজুলি আঞ্চলিক সমিতিৰ প্ৰাক্তন সভাপতি শ্ৰী Rupam Attreya ডাঙৰীয়া, গোৰ্খে চলাম প্ৰডকছন তথা ভোলাটাৰ ভিচিডিচি‌ৰ অধ্যক্ষ শ্ৰী Rajib Tamang Gorkha ডাঙৰীয়া আৰু সকলো ক্ৰীড়া প্ৰেমি ৰাইজৰ উপস্থিতি থাকে লগতে বামুনজুলি আঞ্চলিক সমিতি (আগ্ছু)ৰ তৰফৰ পৰা সকলোলৈ ধন্যবাদ জ্ঞাপন কৰিলোঁ।
🙏ধন্যবাদ 🙏

প্ৰচাৰ সম্পাদক
Shyam Adhikary
Bamunjuli Anchalic Committee - AAGSU

Photos from Bamunjuli Anchalic Committee - AAGSU's post 05/01/2024

अखिल असम गोर्खा छात्र संघ (आग्सु),
बामुनजुलि आञ्चलिक समितिको तर्फबाट
अंग्रेजी साल 2024 को मंगलमय शुभकामनाका
सहित आज Rowta Anchalic Aagsu , Dhansirighat Aanchalic Commitee Aagsu लाई भित्ते पात्रो प्रदान गरिन्छ। शैक्षिक तथा खेल बिषयकमा व्यवहार गर्ने उद्देश्यले रू 100/- लगाएको उक्त पत्रिका आन्चलिक समिति हरुले ग्रहन गरिदिनु भएको एक मुहुर्त।

ोर्खा ✊
#आग्सु_जिन्दाबाद✊

Shyam Adhikary
प्रचार सचिव
बामुनजुलि आञ्चलिक आग्सु 🙏

26/11/2023

अखिल असम गोर्खा छात्र संघ डिमाकुची आञ्चलिक समितिको हिजो भएको प्रतिनिधि सभा मार्फत चुनीनु /निर्वाचित हुनु भएको नौलो सभापति श्रीमान अञ्जन कटुवाल र मूल सचिव श्रीमान खेमराज चापागाई ज्यु लगायत जम्मै समितिलाई बामुनजुलि आञ्चलिक आग्सु समितिको तर्फबाट आगमी संग्रामी सत्ताको निम्नि हार्दिक बधाई एवं शुभकामना।
Bamunjuli Anchalic Committee - AAGSU
Anjan Katuwal

Want your organization to be the top-listed Government Service in Darrang?
Click here to claim your Sponsored Listing.

Website

Address

Bamunjuli
Darrang
784526