Prime News Axom

Prime News Axom

Share

( সত্যৰ প্রচাৰেই মোৰ একমাত্ৰ লক্ষ্য )

07/07/2026

২০জন বিধায়ক থাকি যি কৰিব নোৱাৰিলে অকলে মাত মাতিলে মাজিবোৰ ৰহমান আৰু আজমল চাহাবে

07/07/2026

পানী যোগানৰ নামত অশোক সিংহলে কোটি কোটি টকা আত্মস্যাত কৰিলে। গতিকে অশোক সিংহলৰ গ্ৰেপ্তাৰ আমাক লাগে। মন্তব্য আকাশ দলেৰ


-

07/07/2026

জলসিঞ্চনৰ নামত তেজ শুহি খাইছে বিষয়া" বিদ্যুৎ শইকীয়াৰ বিস্ফোৰক অভিযোগ

কেৱল ভাষণ নহয়, ACত বহি জনতাৰ টকা খোৱা বিষয়াৰ হিচাপ বিচাৰিলে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদক।

07/07/2026

কান্দি কান্দি নিসিদ্ধ সামগ্ৰীৰ বিষয়ক লৈ বিধানসভাৰ

মজিয়াত কি ক'লে বদৰুদ্দিন আজমলে?

07/07/2026

অসমত খিলঞ্জীয়া বুলি কোনো সংজ্ঞাৰ প্ৰয়োজন নাইঃ

মন্তব্য অসমৰ জনপ্রিয় মুখ্যমন্ত্রী_হিমন্ত_বিশ্ব শর্মা।

07/07/2026

'হিন্দীভাষী হাইকমাণ্ডক তৈলমর্দন কৰিবলৈ এইবোৰ কৰিছে,,আছুৰ বিৰোধিতা

উল্লেখযোগ্য যে ২০১০ চনৰ ১৩ জানুৱাৰীত গুজৰাট উচ্চ ন্যায়ালয়ে হিন্দী ৰাষ্ট্ৰভাষা যে নাই সেই সন্দৰ্ভত ৰায়দান কৰি থৈছে।

06/07/2026

চৰকাৰী বিদ্যালয়ত নাই পর্যাপ্ত শিক্ষক, ছাত্র ছাত্রীক কটনৰ ইউনিফৰ্ম পিন্ধাবলৈ নাই পুজি, বিভিন্ন বিষয় পঢ়াবলৈ নাই শিক্ষক, এইয়াই চৰকাৰী শিক্ষা ব্যৱস্থাৰ নমুনা..

06/07/2026

এইবাৰৰ লোকপিয়লত বাংলা ভাষাৰ পৰিবৰ্তে অসমীয়া ভাষা ব্যৱহাৰ কৰিলে NRC ৰ পৰা বাদ পৰিব লাগিব, এই দৰে মন্তব্য আগবঢ়ায় আসাম ভূমিপুত্র গণমঞ্চৰ কাৰ্যকৰী সভাপতি তথা অধিবক্তা নাজিমুদ্দিন মুল্লাই।

05/07/2026

গাদ্দাৰ বেইমান সকল বিজেপীৰ লগত কান্ধত কান মিলাই

বিজেপিৰ কথা মতে চলি আছে এই গাদ্দাৰ সকল, মমতা বেনাৰ্জীৰ

05/07/2026

ইৰাণৰ সৰ্বোচ্চ নেতা খামেনিৰ শেষ বিদায় অনুষ্ঠানত উপস্থিত থাকি ভাৰতীয় হিন্দু ধৰ্মগুৰুৰ মন্তব্য।

Want your business to be the top-listed Media Company in Kharupatia?
Click here to claim your Sponsored Listing.

Address


Kharupatia