Democratic ASSAM

Democratic ASSAM

Share

News & Infotainment website concerning THE INTEREST OF THE PEOPLE AT FIRST - UDYAM Regd-AS-26-0013792

02/07/2026

📌ঐতিহাসিক গুৱাহাটীৰ বিৰকুচিস্থিত শ্ৰী শ্ৰী বুঢ়াগোহাঁই পূজাৰ বাবে ব্যাপক প্ৰস্তুতি।

📌অহা ৭ জুলাই তাৰিখ মঙ্গলবাৰে শ্ৰী শ্ৰী বুঢ়াগোহাঁই মন্দিৰ প্ৰাংগণত সম্পন্ন হব ঐতিহাসিক শ্ৰী শ্ৰী বুঢ়াগোহাঁই পূজা ।

📌 বীৰকুছিস্থিত শ্ৰীশ্ৰী বুঢ়াগোঁসাই আঞ্চলিক পূজা সমিতিৰ কাৰ্যালয়ত সংবাদ মেল।

📌সংবাদ মেল সম্বোধন শ্ৰীশ্ৰী বুঢ়াগোঁসাই আঞ্চলিক পূজা সমিতিৰ সভাপতি পৰেশ ৰাহাংৰ।

📌শ্ৰীশ্ৰী বুঢ়াগোঁসাই আঞ্চলিক পূজা সমিতিৰ উদ্যোগত অহা ৭ জুলাই তাৰিখে দিনজোৰাকৈ অনুষ্ঠিত কৰা হব শ্ৰীশ্ৰী বুঢ়াগোঁসাইৰ পূজা।

02/07/2026

আজি অভিনেতা কিশোৰ দাসৰ চতুর্থ মৃ*ত্যুবার্ষিকী

Want your business to be the top-listed Media Company in Gauhati?
Click here to claim your Sponsored Listing.

Telephone

Address

Gauhati