TIME8 Assamese
TIME8 is first of its kind fully dedicated Digital News Outlet from Northeast India.
ছয় মাইলত ভয়ংকৰ কাণ্ড! পাঞ্জাবাৰী ৰোডস্থিত এখন ৰেষ্টুৰেণ্টত ভয়ংকৰ ঘটনা। ছিলিণ্ডাৰৰ বাবে কেইবা লক্ষাধিক টকাৰ সম্পত্তি নোহোৱা হয়। অগ্নিনিৰ্বাপক বাহিনীৰ তৎপৰতাত নিয়ন্ত্ৰণলৈ আহে পৰিস্থিতি
আজিৰ বিশ্ব পৰিৱেশ দিৱস । ৰাজ্যৰ অন্যান্য প্ৰান্তৰৰ সমান্তৰালকৈ আজি ডিব্ৰুগড়ৰ বিভিন্ন স্থানতো বিশ্ব পৰিৱেশ উদযাপন কৰা হয়। ডিব্ৰুগড়ৰ আগশাৰীৰ শিক্ষানুষ্ঠান ছল্টব্ৰক স্কুলৰ ছাত্ৰ - ছাত্ৰীসকলেও বিশ্ব পৰিবেশ দিৱসৰ লগত সংগতি ৰাখি চহৰখনত এক সজাগতা ৰেলীৰ বাহিৰ কৰে ।
Click here to claim your Sponsored Listing.
Category
Contact the business
Website
Address
Gauhati
781005