Ground Update

Ground Update

Share

Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Ground Update, News & Media Website, Guwahati.

17/06/2026

জ্যোতি-নজৰুল জন্ম জয়ন্তী উদযাপন কমিটি পশ্চিম গোৱালপাৰাৰ উদ্যোগত ৰূপকোঁৱৰক শ্ৰদ্ধাঞ্জলি, পুৱা ৬:৩০ বজাতেই পাচঁ শতাধিক ছাত্ৰ-ছাত্ৰীৰ প্ৰভাত ফেৰী।

16/06/2026

গোৱালপাৰা মহাবিদ্যালয়ত নামভৰ্তিক কেন্দ্ৰ কৰি ABVP আৰু ছাত্ৰ মুক্তিৰ মাজত সংঘাত, ABVP ৰ অপপ্ৰচাৰৰ বিৰুদ্ধে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ গোচৰ ৰুজু।

14/06/2026

জেষ্ঠ সাংবাদিক, লক্ষীপুৰ প্ৰেছ ক্লাৱৰ প্ৰাক্তন সভাপতি, প্রাক্তন সম্পাদক, লক্ষীপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষক আবু তালেবৰ মৃত্যু।

Photos from Ground Update's post 13/06/2026

♦️যোৰহাটৰ বায়ু সেনা ষ্টেচনত সেনা বাহিনীৰ বিমান দুৰ্ঘটনাত পতিত

📌 সামগ্ৰী সৰবৰাহ কৰা AN-32 বিমানখন অৱতৰণৰ সময়তে পতিত হয়

📌বিমানখনৰ পাইলত জনৰ মৃত্যুৰ আশংকা

Want your business to be the top-listed Media Company in Guwahati?
Click here to claim your Sponsored Listing.

Address

Guwahati