DKBfact
A platform for many things that can't be said on a news channel. dkbfact: independent & united voice
'বাহুবলী' ৰঞ্জিত দাসে হাত দাঙিলে নেকি বিশ্বজৎ দৈমাৰীৰ সন্মুখত!কিয় কেনেকৈ ফুটিল বিধানসভাৰ তদন্তৰ বেলুনটো? ৰঞ্জিত দাসে তদন্ত ঘোষণা কৰিবলৈ কিয় ভয় খাইছে?
নে ৰঞ্জিত দাসৰো কথাবোৰ পোহৰলৈ অহাৰ ভয়?
তেওঁৰ সমষ্টিৰ প্ৰিয় ঠিকাদাৰ গৰাকী কোন? বিধানসভা সচিবালয়ৰ বিয়াগোম কেলেংকাৰী এনেকৈয়ে শেষ হ'ব নেকি?
পাৰিলে সম্পূৰ্ণকৈ চাব।
(সঁচা কথা সাহস আৰু স্পষ্টতাৰে সাধাৰণ জনতাৰ পক্ষত কোৱাটো বিচাৰে যদি চেনেলটো লাইক আৰু ফʼলো কৰি আমাক অধিক উৎসাহিত কৰিব পাৰে 🙏)
গুৱাহাটী আৰ্যনগৰত সংঘটিত শ্বাসৰুদ্ধকৰ ঘটনাটোৰ ফলাফল কি হ'ল? শালৈ-ত্ৰিপাঠী ক'ত গ'ল? এইবাৰ আকৌ হাতীগাঁৱত আহি গ'ল আকাশ প্ৰকাশ...
কেমেৰাৰ সন্মুখত অসম বচাবলৈ সাজু নে ভাইহঁত...?
সভাপতি শইকীয়াই কিয় হিচাপত নধৰে সোণোৱালক? এয়া তেওঁ ক'লে কি? সোণোৱালক অস্বীকাৰ কৰি শৰ্মাক তৈলমৰ্দন নেকি এয়া? পাৰিলে সম্পূৰ্ণকৈ চাব।
(সঁচা কথা সাহস আৰু স্পষ্টতাৰে সাধাৰণ জনতাৰ পক্ষত কোৱাটো বিচাৰে যদি চেনেলটো লাইক আৰু ফʼলো কৰি আমাক অধিক উৎসাহিত কৰিব পাৰে 🙏)
বিধানসভাৰ অধ্যক্ষ ৰঞ্জিত দাসৰ গৰ্জন ফুচ্ হৈ গ'ল দেখোন। নে অস্থায়ী কৰ্মীসকলক চাটাই কৰিয়ে বিধানসভাৰ বিয়াগোম কেলেংকাৰী চাফা হৈ গ'ল বুলি ভাৱি ল'লে..? তদন্তৰ উমঘামেই নাই...
Click here to claim your Sponsored Listing.