Diksh*ta Rajguru musically
Contact for live shows - 8761909965 / 6001373708
হাঁহি এটি পিন্ধি লোৱা,
অনেক হাঁহি বিয়পিব 😊
30/04/2026
❤️🫂
📌মৰিগাঁও জিলাৰ ৰজাগাঁও নিবাসী নবীন কাকতি আৰু নিজু প্ৰভা দেৱীৰ সুযোগ্য কন্যা কুইন ৰাজগুৰুৱে মৰিগাঁও মডেল চেকেণ্ডাৰী স্কুলৰ পৰা সদ্য ঘোষিত ২০২৬ বৰ্ষৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ কলা শাখাত অধ্যয়ন কৰি এক উজ্জ্বল সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছে।
📌কুইন ৰাজগুৰুয়ে পাঁচটা বিষয়ত লেটাৰ মাৰ্কসহ ৮৭.৬% নম্বৰ লাভ কৰি প্ৰথম বিভাগত উত্তীৰ্ণ হৈ কেৱল নিজৰেই নহয়,সমগ্ৰ অঞ্চলটোৰ নাম উজ্বলাই তুলিছে। এই সফলতা কুইনৰ কঠোৰ পৰিশ্ৰম,ধৈৰ্য্য আৰু অধ্যৱসায়ৰ ফল।
📌কুইন ৰাজগুৰুক মৰিগাঁও লাইভৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন আৰু আগন্তুক জীৱনৰ বাবে আন্তৰিক শুভকামনা জনাইছোঁ।কুইনৰ ভৱিষ্যৎ অধিক উজ্জ্বল আৰু সফলতাৰে ভৰা হওক তাৰেই কামনা কৰিছোঁ।
26/04/2026
Diksh*ta Rajguru live 🎙️
📍 Nagaon
*tarajguru
07/04/2026
🍂✨️
*tarajguru
04/04/2026
ৰং 🌈
*tarajguru
Click here to claim your Sponsored Listing.