Axom360NE

Axom360NE

Share

Axom360NE Wing of Axom360 Media Group

11/05/2026

আজি নিশা চূড়ান্ত হ'ব শপত গ্ৰহণ কৰিব লগা মন্ত্ৰীৰ তালিকা।

11/05/2026

এগৰাকী খিলঞ্জীয়া মহিলাৰ ঘৰত সোমাই, মাজৰাতি ডকাইতি কৰিলে , ডকাইতি কৰিব গৈ তেওঁক হত্যা কৰা আৰু স্বামীক গুৰুতৰ ভাৱে আহত কৰা মিঞা ডকাইতকেইটাৰ বিৰুদ্ধে এতিয়া কিয় নিমাত সেইচাম চেকুলাৰ হিন্দু? কিয় নিমাত এতিয়া সংগঠনৰ নামত দালালি কৰা কেইটা? কত গল এতিয়া ?

ৰূপৰেখা শইকীয়াক ন্যায় দিব নালাগে নেকি? নে ন্যায়ৰ আন্দোলন কেৱল মাত্র বিশেষ বিশেষ মানুহৰ বাবেহে? ৰূপৰেখাৰ মৃত্যুত অন্যায় হোৱা নাই নেকি? নে ৰূপৰেখাই গান নাগায়, চিনেমা নকৰে বাবে ৰূপৰেখাৰ মৃত্যুৰ ন্যায় বিচাৰি সংবাদ মাধ্যমত চূড়ান্ত পৰ্য্যায়ৰ হাঁহাকাৰ কৰা নাই?

আচলতে কোনেও কাৰো বাবে হাঁহাকাৰ নকৰে। যেতিয়া কাৰোবাৰ জীৱন বা কাৰোবাৰ মৃত্যুয়ে মানুহক লাভান্বিত কৰিব, তেতিয়াহে আচলতে সেই জীৱনক লৈ তোলপাৰ লাগে আৰু সেই মৃত্যুক লৈ চৌদিশে হাঁহাকাৰ হয়। বাকীবোৰ মৰিলে কাৰো চকুপানী নোলায়। স্বার্থ নাই যে, লাভ বা লোকচান নহয় যে, ভোট নাপায় যে , এইটো কাৰণে। ইয়াৰ পৰা কিবা এটা পোৱা হলে আজি জাগি উঠিল নাপায় কাৰণে একো খবৰ নাই । নিলাজ বোৰ ।

মুঠতে এই পাষণ্ডকেইটাক নতুন চৰকাৰে Encounter - ৰে শুভাৰম্ভণি কৰা উচিত হ'ব ।

These images were not created by AI, as they feature real Humans . If you require an image, use AI for that purpose.

10/05/2026

📌পেট্ৰ'ল-ডিজেল আৰু গেছ ব্যৱহাৰত মিতব্যয়ী হ'বলৈ আহ্বান প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ।
📌এবছৰলৈ সোণ ক্ৰয় নকৰিবলৈ অনুৰোধ।
📌হায়দৰাবাদৰ জনসভাৰ পৰাই দেশবাসীলৈ গুৰুত্বপূৰ্ণ বাৰ্তা প্ৰধানমন্ত্ৰীৰ।

Want your business to be the top-listed Media Company in Nalbari?
Click here to claim your Sponsored Listing.

Website

Address

Assam
Nalbari