Target ADRE 3.0

Target ADRE 3.0

Share

Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Target ADRE 3.0, Digital creator, Nalbari.

04/05/2026

পুনৰ ৰাজ্যত BJP ৰ চৰকাৰ। 🥳 🎉
কম দিনৰ ভিতৰত আকৌ ADRE ৰ বহুত চাকৰি ওলাব। প্ৰস্তুতি আৰম্ভ কৰি দিয়ক

12/01/2026

📌লাচিত-১ (LACHIT-1)
আজি 12/01/2026 ইং তাৰিখে ইতিহাস ৰচিলে উত্তৰ-পূৱে (North-East)।আজি মহাকাশত স্থাপন হ'ল উত্তৰ-পূৱ(North-East)ৰ প্ৰথমটো কৃত্তিম উপগ্ৰহ লাচিত-১ (LACHIT-1) আজি ৰাতিপূৱা 10.18 মিনিটত এই উপগ্ৰহটো উৎক্ষেপণ কৰা হয়।
📌মূল বিন্দু (Key Point)
🛑শ্ৰী হৰিকোট্টাৰ সতীশ ধাৱান মহাকাশ কেন্দ্ৰৰ পৰা উৎক্ষেপণ হৈছে উপগ্ৰহটো (Satellite)।
🛑ISRO PSLV-C62 ৰকেটৰ সহযোগত উৎক্ষেপণ কৰা হয় এই উপগ্ৰহটো (Satellite)
🛑হায়দৰাবাদৰ মহাকাশ সংস্থা ধ্ৰুৱ স্পেছ(Dhruva Space)ৰ সহযোগিতাত কৰা হৈছে প্ৰস্তুত।
🛑অসমৰ তথা আছাম ডনবস্ক' ইউনিভাৰচিটী(Assam Don Bosco University)য়ে প্ৰথমটো উপগ্ৰহ হিচাপে ৰচিলে ইতিহাস।
🛑50 ৰো অধিক শিক্ষক-শিক্ষাৰ্থীয়ে মিলিত হৈ প্ৰস্তুত কৰিছে উপগ্ৰহটো।

✍️Target ADRE 3.0
অনুগ্ৰহ কৰি লিখনি খিনি Copy কৰি Repost নকৰিৱ ভাল লাগিলে বা কামত অহা বুলি ভাবিলে আনৰ লগতো Share কৰিৱ পাৰে। ধন্যবাদ ❤️🙏

Want your business to be the top-listed Media Company in Nalbari?
Click here to claim your Sponsored Listing.

Category

Website

Address

Nalbari