Diganta Baruah

Diganta Baruah

Share

Ex- Executive Member (BTR)
MCLA 35 No Mwdwibari Constituency

Photos from Diganta Baruah's post 23/04/2026

অসম দৰ্শন আচঁ‌নিৰ পুজিৰে নিৰ্মাণ হব লগা নাহৰবাৰী খাতৰ চুবা শিৱ মন্দিৰৰ আধাৰশিলা স্থাপন কৰোঁ।
Himanta Biswa Sarma
Dilip Saikia

Photos from Diganta Baruah's post 15/04/2026

আজি পহিলা বহাগৰ দিনটোত ননাইখুটি আঞ্চলিক ৰঙালী বিহু মঞ্চত উপস্থিত থাকোঁ।

08/04/2026

ভাৰতীয় জনতা পাৰ্টি,মুদৈবড়ী মণ্ডলৰ সাধাৰণ সম্পাদক তথা কচাৰীতল ভিচিডিচিৰ অধ্যক্ষ শ্ৰী সোনেশ্বৰ ৰাভা ডাঙৰীয়াৰ জ্যেষ্ঠ ভাতৃৰ কিছুদিন পুৰ্বে পৰলোক প্ৰাপ্তি ঘটিছিল। আজি তেখেতৰ বাসভৱনত উপস্থিত হৈ শোক সন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰোঁ।
Himanta Biswa Sarma
Dilip Saikia
Ravindra Raju

Want your public figure to be the top-listed Public Figure in Udalguri?
Click here to claim your Sponsored Listing.

Category

Telephone

Website

Address

Udalguri
784525