Rudra Kumar Pathak
Entrepreneur | Social Service | Bharatiya Janata Party | Building success, Giving back to Society |
অসমৰ মানচেষ্টাৰ হিচাপে পৰিচিত বস্ত্ৰনগৰী শুৱালকুছি অসমৰ ঐতিহ্য আৰু পৰম্পৰাগত সংস্কৃতিৰ অন্যতম পৰিচায়ক৷
শুৱালকুছিৰ তাঁতশিল্প কেৱল হাজাৰ হাজাৰ পৰিয়ালৰ জীৱিকা আৰু স্থানীয় অৰ্থনীতিৰ ভেটি মজবুত কৰা নাই, ইয়াৰ লগতে বিশ্বদৰবাৰত অসমৰ এক স্বকীয় পৰিচয় গঢ়ি তুলিছে। ইয়াত নিৰ্মিত মুগা আৰু পাটৰ বস্ত্ৰ বিশ্বজুৰি সমাদৃত, যিয়ে "Made in Assam"ক এক বিশেষ মৰ্যাদা প্ৰদান কৰিছে।
বৈচিত্ৰ্যতাৰ অসম। সম্ভাৱনাৰ অসম। গতিশীল অসম।
পৱিত্ৰ ঈদ-উল-আজহাৰ আন্তৰিক শুভেচ্ছা জনালোঁ। 🌙
এই পবিত্ৰ উৎসৱে সকলোৰে জীৱনত শান্তি, সুখ, সমৃদ্ধি আৰু ভ্ৰাতৃত্ববোধ কঢ়িয়াই আনক। ঈদ মোবাৰক!
Heartfelt wishes on the auspicious occasion of Eid-Ul-Adha. 🌙 May this festival bring peace, joy, prosperity, and harmony to everyone.
অসমত গৃহীত ‘সম নাগৰিক সংহিতা’ (ইউ চি চি)।
সম অধিকাৰ আৰু সম মৰ্যাদাৰ ক্ষেত্ৰত নতুন যুগৰ সূচনা।
Himanta Biswa Sarma
26/05/2026
উন্নয়নৰ অবিৰাম যাত্ৰাৰ ১২টা বছৰ...
দেশৰ বিভিন্ন ক্ষেত্ৰত ঐতিহাসিক পৰিবর্তন, দ্ৰুত উন্নয়ন আৰু জনকল্যাণমূলক শাসনৰ জৰিয়তে নতুন ভাৰত গঢ়াৰ দিশত সফলভাৱে আগবঢ়াই নিয়া মাননীয় প্ৰধানমন্ত্ৰী Narendra Modi ডাঙৰীয়ালৈ প্ৰধানমন্ত্ৰী হিচাপে সফল ১২টা বৰ্ষ সম্পূৰ্ণ কৰাৰ বাবে আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিলোঁ।তেখেতৰ দূৰদৰ্শী নেতৃত্বত ভাৰত বিশ্বমঞ্চত আৰু অধিক শক্তিশালী ৰূপে প্ৰতিষ্ঠিত হওক, তাৰেই কামনা কৰিলোঁ।
সেউজীয়া বনাঞ্চল আৰু আপুৰুগীয়া জীৱ-জন্তুৰে চহকী আমাৰ অসমভূমি বিশ্বৰ বুকুত অনন্য❤️
23/05/2026
Warm birthday greetings to Hon’ble Rashtriya Adhyaksh Shri Nitin Nabin Ji.
Your dynamic leadership, unwavering dedication to the organization, and commitment to national service continue to inspire countless karyakartas across the country. May you be blessed with good health, long life, and continued strength to serve the nation and the organization with the same passion and vision.
21/05/2026
ষষ্ঠদশ অসম বিধানসভাৰ সন্মানীয় অধ্যক্ষ হিচাপে বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হোৱা শ্ৰী Ranjeet Kumar Dass ডাঙৰীয়ালৈ আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ।
Click here to claim your Sponsored Listing.
Category
Website
Address
S. S. Road
Abhayapuri
783384