NE Time.
“NE Time — উত্তৰ পূৰ্বৰ সত্যৰ স্বৰ।”
03/07/2026
🚨 যাত্ৰীসকলৰ বাবে গুৰুত্বপূৰ্ণ খবৰ!
বৰপেটাৰ পৰা ৰাজ্যৰ বিভিন্ন গন্তব্যস্থানলৈ চলাচল কৰা গাড়ীৰ ভাড়া বৃদ্ধি কৰা হৈছে। সদৌ অসম মটৰ পৰিবহন সন্থাই নতুন ভাড়াৰ তালিকা প্ৰকাশ কৰিছে। নতুন নিৰ্ধাৰিত ভাড়া অনুসৰিয়েই এতিয়াৰ পৰা যাত্ৰা কৰিব লাগিব।
📌 আপুনি যাত্ৰা কৰাৰ আগতে নতুন ভাড়াৰ তালিকা এবাৰ নিশ্চয় চাই লওক।
Want your business to be the top-listed Media Company in Barpeta?
Click here to claim your Sponsored Listing.
Click here to claim your Sponsored Listing.
Category
Contact the business
Telephone
Website
Address
Barpeta