GK Assamese

GK Assamese

Share

Welcome to our Educational Page .We provide study Materials For any Government Competitive exam. Than

28/04/2023

✳️ অসমৰ স্বাধীনতা আন্দোলনৰ প্ৰথম শ্বহীদ কোন আছিল ?
ক) মনিৰাম দেৱান
খ) পিয়লি ফুকন
গ) পিয়লি বৰুৱা
ঘ) কনকলতা

উত্তৰ:- ‌ক) মনিৰাম দেৱান

24/04/2023

Q. অসমৰ পুৰণি নাম কি ?

ক) ৰত্নপীঠ
খ) বিদৰ্ভ
গ) কামৰূপ
ঘ) প্ৰাগজ্যোতিষ

উত্তৰ:- ‌ ঘ) প্ৰাগজ্যোতিষ

09/04/2023

📌 ভাৰতীয় সংবিধান‌ সভাৰ স্থায়ী সভাপতি কোন আছিল ?
ক) ড০ ভীমৰাও ৰামজী আম্বেদকাৰ
খ) ড০ ৰাজেন্দ্ৰ প্ৰসাদ
গ) ড০ লক্ষ্মনস্বামী মুডালিয়াৰ
ঘ) ড০ ঊমেশ চন্দ্ৰ বেনাৰ্জী

উত্তৰ:- ‌ খ) ড০ ৰাজেন্দ্ৰ প্ৰসাদ

08/04/2023

📌 মহাবীৰৰ আন এটা নাম কি আছিল ?
ক) জিন
খ) কেলভিন
গ) তথাগত
ঘ) ওপৰৰ এটাও নহয়

উত্তৰ:- ‌ খ) কেলভিন

08/04/2023

📌 ভাৰতৰ প্ৰথম মৰ্চা চৰকাৰ কেতিয়া গঠন কৰা হৈছিল?
ক) ১৯৭৭
খ) ১৯৭৮
গ) ১৯৭৫
ঘ) ১৯৮৫

উত্তৰ:- ‌ ক) ১৯৭৭

Want your school to be the top-listed School/college in Barpeta?
Click here to claim your Sponsored Listing.

Category

Website

Address


Barpeta