Photo verification?

Photo verification?

Share

My name is salma begum....I am a new from fb page...I am a simple and single girl.

14/01/2014

ছাত্রী- ছাৰ খিড়ীকিবোৰ বন্ধ কৰি দিয়ক।
শিক্ষক- কিয়?
ছাত্রী- আপোনাক এটা গুপুত বস্তু দেখুৱাম।
শিক্ষক- সচাঁ নে ?? (উৎসাহিত হৈ)
ছাত্রী- হয়, আগতে বন্ধ কৰক যাতে অকণো পোহৰ নোসোমায়।
শিক্ষকে সকলো খিড়ীকি লৰালৰিকৈ বন্ধ
কৰি সুধিলে- এতিয়া?
ছাত্রী- এতিয়া মোৰ ওচৰ চাপি আহক।
শিক্ষকে ওচৰ চাপি আহি লাহেকৈ ক'লে -
কি দেখুৱাবা?
ছাত্রী- এইয়া চাওক মোৰ ঘড়ীত লাইট
জ্বলে !!!

14/01/2014

Hi friend please like this page

Want your school to be the top-listed School/college in Barpeta?
Click here to claim your Sponsored Listing.

Category

Telephone

Website

Address


Barpeta
BARPETA