Amar Rai BJP
Think Different and Work Differently for unique result. Reinvent the concepts of life.
09/04/2026
As Assam goes to vote today, I appeal to our sisters and brothers in the state to come out in large numbers and vote to give a record-setting mandate to a government that will continue the era of peace and development. Your one vote will ensure secure borders, progress and the protection of your cultural heritage.
আজি অসমত নিৰ্বাচন অনুষ্ঠিত হোৱাৰ পৰিপ্ৰেক্ষিতত, মই আমাৰ ৰাজ্যখনৰ ভাতৃ-ভগ্নীসকলক বৃহৎ হাৰত ওলাই আহি এক অভিলেখ সৃষ্টিকাৰী ভোটদান কৰিবলৈ আহ্বান জনাইছোঁ, যাতে এনে এখন চৰকাৰ গঠন হয় যিয়ে শান্তি আৰু উন্নয়নৰ এই ধাৰা অব্যাহত ৰাখিব। আপোনাৰ এটা ভোটে সুৰক্ষিত সীমা, প্ৰগতি আৰু আপোনাৰ সাংস্কৃতিক ঐতিহ্যৰ সুৰক্ষা নিশ্চিত কৰিব।
Click here to claim your Sponsored Listing.
Category
Contact the public figure
Telephone
Address
Delhi
110094