Dhemaji B.G Club

Dhemaji  B.G Club

Share

Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Dhemaji B.G Club, Sports Club, Dhemaji.

25/10/2025

ধেমাজি B.G ক্লাৱৰ সৌজন্যত আৰু সমূহ বালি গাওঁ বাসী ৰাইজৰ সহযোগত অহা ইং ১২/১১/২০২৫ তাৰিখৰ পৰা প্ৰাইজমনি ফুটবল প্ৰতযোগিতা আয়োজন কৰা হৈছে । তদুপলক্ষে ইচ্ছুক খেল‌ দলক ১০/১১/২০২৫ তাৰিখৰ ভিতৰত নামভৰ্তি কৰিবলৈ অনুৰোধ জনোৱা হ'ল।

মুঠ প্ৰাইজমানি- ৬০,০০০ টকা

নামভৰ্তি মাচুল - ২০০০ টকা
যোগাযোগ নং - ৯৩৬৫৮২৭৫৩৯/৭০০২৬৫৪৫২৩/৬০০১৪৭৮৯০৬/৯১০১০৮৩০৯৬/

07/12/2023

পৰম শ্ৰদ্ধাৰ ক্ৰীয়াপ্ৰমি ৰাইজ আপোনালোকক জনাবলৈ পায় সুখী হৈছোঁ যে ধেমাজি B.G club ৰ উদ্যোগত আৰু সমূহ বালিগাওবাসি ৰাইজৰ সহযোগত বালি গাওঁ খেলপথাৰত আমন্ত্ৰণ মূলক ছোৱালী ফুটবল প্ৰতিযোগীতা অনুস্থিত কৰা হৈছে। অহা কালিলৈ অৰ্থাৎ
ইং ০৮/১২/২০২৩ শুকুবাৰে দিনৰ ২:০০ বজাৰ পৰা আপোনালোকে উপভোগ কৰিবলৈ পাৰিব Rainbow Girl's Academy VS TTGFA Dibrugarh সেয়েহে আপোনালোকৰ উপস্থিত আৰু সহায় সহযোগিতা কামনা কৰিলোঁ ধন্যবাদ 🙏

Photos from Dhemaji  B.G Club's post 22/10/2023

ধেমাজি B.G ক্লাৱৰ সৌজন্যত আৰু সমূহ বালি গাওঁ বাসী ৰাইজৰ সহযোগত অহা ইং ০৭/১১/২০২৩ তাৰিখৰ পৰা প্ৰাইজমনি ফুটবল প্ৰতযোগিতা আয়োজন কৰা হৈছে । তদুপলক্ষে ইচ্ছুক খেল‌ দলক ০৫/১১/২০২৩ তাৰিখৰ ভিতৰত নামভৰ্তি কৰিবলৈ অনুৰোধ জনোৱা হ'ল। লগতে সমূহ ক্ৰীয়াপ্ৰেমি ৰাইজৰ সহায় সহযোগিতা কামনা কৰিলোঁ।

প্ৰথম পুৰস্কাৰ - ৫০,০০০ টকা
দ্বিতীয় পুৰস্কাৰ - ৩০,০০০ টকা

নামভৰ্তি মাচুল - ৩০০০ টকা
যোগাযোগ নং - ৯১০১০৮৩০৯৬/৭০০২৬৫৪৫২৩/৬০০১৩৩৯২৫৮

Category

Telephone

Website

Address


Dhemaji
787057

Alerts

Be the first to know and let us send you an email when Dhemaji B.G Club posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Subscribe

We will notify you when anything happens in Dhemaji.