Dhemaji Police
This page is created to serve as a platform for Police-Public Relations for quality enforcement of law & maintenance of public order and tranquility.
03/07/2026
Assam PoliceDGPAssamPoliceNews LivePrag NewsPratidin TimeDY365News18 Assam & NE
03/07/2026
#জনহিতজনসেৱাৰ্থে
ধাৰাবাহিকতা অব্যাহত ৰাখি ধেমাজি আৰক্ষীয়ে জুন মাহত বিভিন্ন অঞ্চলৰ পৰা মুঠ ৪০(চল্লিশ) টা হেৰোৱা মোবাইল ফোন উদ্ধাৰ কৰি মোবাইলৰ গৰাকীক গতাই দি তেওঁলোকৰ মুখত হাঁহি বিৰিঙাবলৈ সক্ষম হয়।
CMO Assam
Assam Police
DGPAssamPolice
27/06/2026
⚽ধেমাজি জিলা আৰক্ষীৰ উদ্যোগত ফুটবলৰ ৰণাংগনত উচাহ! ⚽
ধেমাজি জিলা আৰক্ষীৰ উদ্যোগত আয়োজিত "চৰ্দাৰ বল্লভভাই পেটেল ফুটবল প্ৰতিযোগিতা"ৰ চূড়ান্ত খেলখন আজি অতি উত্তেজনাপূৰ্ণভাৱে সম্পন্ন হৈ যায়।
ধেমাজি মহাবিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত হোৱা এই ৰোমাঞ্চকৰ ফাইনেল যুঁজত এছ.এছ.পি. একাদশে চিলাপথাৰ থানাৰ একাদশক ২-০ গ’লৰ সুস্পষ্ট ব্যৱধানত পৰাস্ত কৰি বিজয়ৰ মুকুট পৰিধান কৰে! 🎉
বিজয়ী দলক বঁটা প্ৰদান কৰে ধেমাজি জিলাৰ সন্মানীয় জ্যেষ্ঠ আৰক্ষী অধীক্ষক শ্ৰীযুত সুধাকৰ সিং, আই.পি.এছ. ডাঙৰীয়াই। তেখেতৰ উপস্থিতিয়ে অনুষ্ঠানটোৰ গৰিমা দুগুণে বৃদ্ধি কৰে।
চেম্পিয়ন এছ.এছ.পি. একাদশ দললৈ হিয়া ভৰা অভিনন্দন আৰু যুৱ প্ৰজন্মৰ মাজত ক্ৰিয়া মানসিকতা গঢ়ি তোলা এই সুন্দৰ প্ৰয়াসৰ বাবে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা প্ৰতিজন খেলুৱৈলৈ আন্তৰিক ধন্যবাদ জনাইছো।
CMO Assam
Assam Police
DGPAssamPolice
Click here to claim your Sponsored Listing.
Category
Contact the organization
Telephone
Address
O/o Superintendent Of Police
Dhemaji
787057