Makeup Artist Krishna
Makeup is something that a female has to reckon with every single day. Whether you wear it or don't, you're always making decisions about wearing it or not
26/08/2020
Cake ৰ লগতে pizza ,cookies আদি শিকিলো।ইচ্ছা কৰিলে সকলো সম্ভৱ। মহিলা সকলে নিজৰ পাকঘৰৰ পৰাই সকলো কৰিব পাৰে। মহিলাই নিজৰ ঘৰৰ পাকঘৰৰ পৰাই সুস্বাদু খাদ্য প্ৰয়োজনত আনক যোগান ধৰিব পাৰে । আছাৰ, খাৰলি, পিঠা,লাৰু,কেক বা অনান্য । মহিলা সাৱলীকৰন কৰিবলৈ হলে আৰ্থিক ভাৱে সবল কৰিব লাগিব । মই মোৰ দৰে আন মহিলাসকলক আহ্বান জনাওঁ নিজকে সফল আৰু সবল কৈ গঢ়ক আৰু তাৰ বাবে নিজৰ ভৰিৰ ওপৰত থিয় দিবলে যত্ন কৰক । চেষ্টাৰ অসাধ্য একো নাই ||
,
05/09/2019
We deliver cake too. Be connect.
🏘️ : নিধি বিউটি পাৰ্লাৰ ধিং
📱💬 : 8686276997 / 6002534101
Click here to claim your Sponsored Listing.
Category
Website
Address
Dhing Dumdumia Road Near Dhing College
Dhing
782123
Opening Hours
| Monday | 9am - 5pm |
| Tuesday | 9am - 5pm |
| Wednesday | 9am - 5pm |
| Thursday | 9am - 5pm |
| Friday | 9am - 5pm |
| Saturday | 8am - 5pm |
| Sunday | 8am - 5pm |