ABVP Ratiadaha
Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from ABVP Ratiadaha, Camera/Photo, Boro Bazar, Dhubri.
19/05/2023
फूल नहीं चिंगारी हैं.....
हम भारत की नारी हैं....
আজি অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ ধুবুৰী জিলাত ৰতিয়াদহ শাখা, গোলকগঞ্জ শাখা আৰু ধুবুৰী নগৰ শাখাৰ ১৫০ ছাত্ৰীক "THE KERALA STORY" চলচিত্ৰ খন বিনামূলীয়াভাৱে দেখুওৱা হয়।
আজি আমি এই চলচিত্ৰ দেখুওৱা উদ্দেশ্য টো কি হয় জানে নে ? এই চলচিত্ৰটো ভূতকালত হৈ যোৱা সত্য কথা লগতে বৰ্তমানেও চলি থকা বাস্তব ঘটনা হয় ... এনেকুৱা ঘটনাৰ পৰা ছোৱালীক সাৱধান হব লাগে তাৰ বাবে আমি আজি এই চলচিত্ৰখন আপোনালোকক বিনামূলীয়াকৈ দেখুওৱাৰ এক প্ৰচেষ্টা চলাইছো।
সকলোকে আমাৰ ধৰ্মৰ সামান্য জ্ঞান থাকিব লাগে নহলে এনেকৈ যিকোনোৱে আমাৰ ধৰ্মক অপমান কৰিব।
13/04/2023
বিহুৰ সৌন্দৰ্য্যই এতিয়া কেৱল এটাই নহয় দুটাকৈ নতুন বিশ্ব অভিলেখেৰে ইতিহাস ৰচনা কৰিলে!!
গুৱাহাটীৰ "সৰুসজাই ষ্টেডিয়াম"ত সৰ্ববৃহৎ বিহু নৃত্য (১১,৩০৪ বিহু নৃত্যশিল্পী) আৰু ঢোল প্ৰদৰ্শনৰ সাক্ষী হৈ ৰ'ল সমগ্ৰ অসম।
এই অবিশ্বাস্য কৃতিত্ব সম্ভৱ কৰি তোলা সকলোকে অভিনন্দন।
Click here to claim your Sponsored Listing.
Category
Website
Address
Boro Bazar
Dhubri
783301