Assam Talks Digital

Assam Talks Digital

Share

Official page of ASSAM TALKS, 24x7 Assamese Satellite News Channel. Please follow our page to watch live and breaking news.

14/07/2026
14/07/2026

"প্ৰথম ফোন আঁহোতে মই বিশ্বাস কৰা নাছিলো । এতিয়াই যোৱা বয়স হোৱা নাছিল বেবী বাৰ । অসমে এগৰাকী সুদক্ষ অভিনেত্ৰীক হেৰুৱালে । আত্মাই চিৰশান্তি লাভ কৰক ।" পূৰবী শৰ্মাৰ মৃত্যুত শোকপ্ৰকাশ অভিনেতা যতীন বৰাৰ।

14/07/2026

পত্নীক হেৰুৱাই শোকস্তব্ধ অভিনেতা তপন দাস আৰু কন্যা । এই কঠিন সময়ত যুঁজিবলৈ তপন দাস আৰু তেওঁৰ কন্যাক ভগৱানে সাহস দিয়ক।

14/07/2026

জনজাতিকৰণৰ প্ৰসংগত মন্তব্য কৰিলে মন্ত্ৰী পীয়ুষ হাজৰিকাই

Want your business to be the top-listed Media Company in Gauhati?
Click here to claim your Sponsored Listing.

Address


26/27, INDUSTRIAL Estate, 3rd Bylane Bamunimaidam
Gauhati
781021