SHORTCUAasam

SHORTCUAasam

Share

#shortcutassam #NewsUpdate #AssamNews

04/02/2024

Photos from SHORTCUAasam 's post 04/02/2024

আপুনি চাই আছে ' পুৱাৰ ভাগ '

03/02/2024

পিঁয়াজৰ পিছতে সৰ্বসাধাৰণৰ ৰান্ধনীঘৰত এতিয়াৰে পৰা দেখা নাপাব নহৰু! বেপাৰীক ২০ টকা দিয়ক, কিনক মাথো এটা নহৰু নহৰুৰ দাম শুনি এতিয়া চকু কপালত উঠিছে গ্ৰাহকৰ। হঠাৎ ৰাজ্যৰ বজাৰত অভাৱনীয় হাৰত বৃদ্ধি নহৰুৰ দাম।

03/02/2024

▶️ বতাহে বতাহে বিয়পিছে ৰাজনীতিৰ খবৰ। বতাহৰ কথা গৈ পৰিছে ভূপেন বৰাৰ কাণত। লোকসভা নিৰ্বাচন কেন্দ্ৰিক আলোচনাৰ বাবে কৰিমগঞ্জলৈ গৈছিল প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা।

03/02/2024

▶️ পখিলা পখিলা যেন লগা এজাক কণমানি
▶️ প্ৰতিভাৰ চমক দেখি অভিভূত হ'ব আপুনি
▶️ 'অকণিৰ খেলাঘৰ'...দেওবাৰে ৯ বজাত

03/02/2024

🏏 'HEROIC WELCOME'...অষ্ট্ৰেলিয়াৰ মাটিত বলেৰে দুৰ্দান্ত প্ৰদৰ্শন দাঙি ধৰা ৱেষ্ট ইণ্ডিজৰ শ্বেমাৰ জোছেফক স্বদেশত উষ্ম আদৰণি

03/02/2024

▶️ অসমত কুকি আৰু মেইটেইৰ সংঘৰ্ষ। দেৰগাঁৱৰ লাচিত বৰফুকন পুলিচ একাডেমীত অঘটন। ২টা ফৈদৰ মাজত হতাহতি। কুকি আৰু মেইটেইৰ প্ৰশিক্ষাৰ্থীৰ মাজত হতাহতি। আহত সকলক JMCHলৈ প্ৰেৰণ।

03/02/2024

▶️ দুদিনীয়া ভ্ৰমণসূচীৰে অসমত উপস্থিত প্ৰধানমন্ত্ৰী মোদী
▶️ গুৱাহাটী বিমানবন্দৰত প্ৰধানমন্ত্ৰী মোদীক উষ্ম আদৰণি
▶️ আদৰিলে মুখ্যমন্ত্ৰী, ৰাজ্যপাল, সৰ্বানন্দ সোণোৱালে

03/02/2024
03/02/2024

▶️ মোদীময় হৈ পৰিল গুৱাহাটী মহানগৰী
▶️ বৰঝাৰৰ পৰা খানাপাৰালৈ মোদীক উষ্ম আদৰণি
▶️ বিশাল কনভয়ৰে গুৱাহাটীৰ মাজেৰে মোদীৰ যাত্ৰা
▶️ মোদীক কাষৰ পৰা দেখি কাৰ কি মন্তব্য?
▶️ কাইলৈ খানাপাৰাত মোদীৰ বিশাল জনসভা
▶️ মোদীৰ সভালৈ ক’ৰ পৰা কেনেকৈ আহিব মানুহ?
▶️ হেলিকপ্টাৰ লৈ জিলাই জিলাই ২ মন্ত্ৰী
▶️ গুৱাহাটীৰ পৰা ৬০ কিঃমিঃ যাবলৈও লাগে হেলিকপ্টাৰ
▶️ নাটকীয়ভাৱে গ্ৰেপ্তাৰ বিতৰ্কিত মানস চলিহা
▶️ মানসৰ প্ৰেমিকাই মুখ খুলিছে
▶️ দুবছৰ আগতে আমাৰ সম্পৰ্ক শেষ!
▶️ বতাহে বতাহে বিয়পিছে ৰাজনীতিৰ খবৰ

03/02/2024

জু-ৰোড নিবাসী বিশিষ্ট সমাজকৰ্মী গোপা গোস্বামীৰ পৰলোকপ্রাপ্তি। ৫৮ বছৰ বয়সত নিজা বাসভৱনত পৰলোকপ্রাপ্তি গোস্বামীৰ। নৱগ্ৰহ শ্মশানত শেষকৃত্য সম্পন্ন কৰা হয় গোপা গোস্বামীৰ। নৱগ্ৰহত উপস্থিত থাকে 'সাদিন-প্ৰতিদিন গোষ্ঠী'ৰ অধ্যক্ষ জয়ন্ত বৰুৱা, 'সাদিন-প্ৰতিদিন গোষ্ঠী'ৰ পৰিচালন সঞ্চালক ঋষি বৰুৱাৰ লগতে বহুকেইগৰাকী বিশিষ্ট ব্যক্তি।

03/02/2024

BTC পুনৰুদ্ধাৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন BPF দলে। শনিবাৰে কোকৰাঝাৰ জানাগাঁও খেলপথাৰত সৰ্বধৰ্ম প্ৰাৰ্থনাৰ আয়োজন কৰে BPF-এ। সৰ্বধৰ্ম প্ৰাৰ্থনাৰ লগতে সকলো পৰ্যায়ৰ দলীয় কৰ্মীৰ অংশগ্ৰহণেৰে আয়োজন কৰা হয় কৰ্মীসভা। লোকসভা নিৰ্বাচনত অকলেই অৱতীৰ্ণ হোৱাৰ কথা পুনৰ দোহাৰি মাৰ্চত কোকৰাঝাৰ আৰু দলং-ওদালগুৰি সমষ্টিৰ প্ৰাৰ্থীৰ নাম ঘোষণা কৰাৰ কথাও ক’লে BPFপ্ৰধান হাগ্ৰামা মহিলাৰীয়ে।

Want your business to be the top-listed Media Company in Gauhati?
Click here to claim your Sponsored Listing.

Website

Address


Guwahati
Gauhati