CITU ASSAM
This the Official Page of CITU, Assam State Committee
08/05/2026
#শ্ৰমিকৰ_ওপৰত_পুঁজিপতিৰ_নিৰ্যাতন
উত্তৰ প্ৰদেশৰ নয়ডাৰ উদ্যোগিক এলেকাৰ দ্বিতীয় পৰ্যায় (Phase 2)ত দৰমহা, বোনাচ আৰু শোষণৰ বিৰুদ্ধে প্ৰায় ১,০০০ জন কাৰখানাৰ শ্ৰমিকে প্ৰতিবাদ সাব্যস্ত কৰিছিল। বৰ্ধিত মুদ্ৰাস্ফীতিৰ এই যুগত ১১,০০০-১৩,০০০ টকা দৰমহাৰে জীৱন নিৰ্বাহ কৰাটো অসম্ভৱ বুলি উল্লেখ কৰি শ্ৰমিকসকলে ২০,০০০ টকা নূন্যতম মজুৰি আৰু ৮ ঘণ্টীয়া কৰ্মদিনৰ দাবী জনাইছিল৷কিন্তু উত্তৰ প্ৰদেশ চৰকাৰৰ পুলিচৰ কাণ্ড চাওক৷
Want your organization to be the top-listed Non Profit Organization in Gauhati?
Click here to claim your Sponsored Listing.
Click here to claim your Sponsored Listing.
Category
Contact the organization
Telephone
Website
Address
Chandmari, Colony
Gauhati
781003