TheCrosscurrent.in

TheCrosscurrent.in

Share

The Crosscurrent is an independent newsroom that produces investigative and analytical reporting

Photos from TheCrosscurrent.in's post 06/06/2026

লোকভৱনত 'স্নেহ মিলন' শীৰ্ষক কাৰ্যসূচী। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাসহ মন্ত্ৰী সকলৰে ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যৰ বাৰ্তালাপ। মন্ত্ৰীসকলৰ বাবে সাংস্কৃতিক সন্ধিয়াৰো আয়োজন ৰাজ্যপালৰ।

06/06/2026

গুৱাহাটী প্ৰেছ ক্লাবত সদৌ অসম সাংবাদিক সন্থাৰ প্ৰাক্তন সভাপতি ৰোহিনী মেধিৰ একাদশ মৃত্যুবাৰ্ষিকী পালন।অনুষ্ঠানত নিৰ্মলা শৰ্মাক "আমেৰিকাৰ পৰা দক্ষিণ কোৰিয়ালৈ" শীৰ্ষক গ্ৰন্থখনৰ বাবে ৰোহিনী মেধি সোঁৱৰণী বঁটা-২০২৬ আৰু 'দৈনিক জনমভূমি'ৰ উপ- সম্পাদক ৰাতুল ৰাজবংশীক ৰোহিনী মেধি সোঁৱৰণী প্ৰেৰণা বঁটা - ২০২৬ প্ৰদান কৰা হয়।

06/06/2026
06/06/2026

কিবা ভুল কৰিলে নেকি CJP-এ? আন্না হাজাৰেৰ সংগ্ৰামৰ পুনৰাবৃত্তি বুলি কিয় কৈছে একাংশই?

Want your business to be the top-listed Media Company in Gauhati?
Click here to claim your Sponsored Listing.

Address


Swaraswati Market. Sixmile
Gauhati
781022