ASSAM Live 24

ASSAM Live 24

Share

We will always provide truthful and unbiased news.

18/07/2026

দুধনৈ জনজাতীয় সমষ্টিৰ বিধায়ক টংকেশ্বৰ ৰাভাই সমষ্টিৰ কেইবাটাও ঠাইত পথ পকীকৰন কামৰ শুভাৰম্ভ কৰে।

18/07/2026

গোৱালপাৰা জিলাৰ মাটিয়া থানাৰ অন্তৰ্গত সিধাবাৰীত নিশা চোৰে চলালে চাফাই অভিযান।

17/07/2026

গোৱালপাৰাৰ ধুপধৰা আৰক্ষী থানাৰ অন্তৰ্গত ঘটনাস্থলী পৰিদৰ্শন কৰে গোৱালপাৰা জিলা আয়ুক্ত প্ৰদীপ টিমুঙ আৰক্ষী অধীক্ষক নৱনীত মহন্ত।

16/07/2026

📍লক্ষীপুৰৰ ব্যক্তিগত খণ্ডৰ Nucare
ক্লিনিকৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ।
ভুল চিকিৎসা বাবে এগৰাকী মহিলাৰ মৃত্যুৰ অভিযোগ।
ঘটনাৰ তদন্তৰ বাবে ক্লিনিকত উপস্থিত বিভাগীয় তদন্তকাৰীৰ দল।

16/07/2026

#গোৱালপাৰা জিলাৰ এটা #আগশাৰীৰ বেচৰকাৰী শিক্ষানুষ্ঠান #খেৰোপাৰা চেঁচা পানী #পণ্ডিত দীনদয়াল উপাধ্যায় #ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ #সফল পৰিচালন #সঞ্চালক বাহাৰুল ইছলাম।

Want your business to be the top-listed Media Company in Goalpara?
Click here to claim your Sponsored Listing.

Telephone

Website

Address


Matia
Goalpara
783125