Aftabuddin Mollah Fan Club
Politics
05/04/2024
শোষিত, বঞ্চিত আৰু অৱহেলিত ৰাইজৰ বাবে এখন সুস্থ সবল সমাজ গঢ়িবলৈ আমি সংকল্পবদ্ধ🙏🏻
নায়েৰ আলগা ব্লক আৰু মহামায়া ব্লক কংগ্ৰেছ কমিটিৰ উদ্যোগত বিশাল জনসভাত ২ নং ধুবুৰী লোকসভা সমষ্টিৰ ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ মনোনীত প্ৰাৰ্থী মাননীয় Rakibul Hussain ডাঙৰীয়া, উপস্থিত থাকি ভাষণ প্রদান কৰি কয় যে এই নির্বাচনত আপোনালোকৰ ভৱিষ্যত আপোনালোকৰ আঙুলিত আছে। গতিকে আপোনালোকেই নির্ধাৰণ কৰক আপোনালোকৰ ভৱিষ্যত।
Zindabad
Rahul Gandhi Zindabad
Indian National Congress
Assam Pradesh Youth Congress
25/03/2024
অহা এক এপ্ৰিল সোমবাৰ দিনা আবেলি দুই বজাত জলেশ্বৰ সমষ্টিৰ অন্তৰ্গত ঐতিহাসিক কাটাৰীহাৰা পিৰবাৰীত ধুবুৰী লোকসভা সমষ্টিৰ কংগ্ৰেছ দলৰ সাংসদ প্ৰাৰ্থী প্ৰাক্তন মন্ত্ৰী সৰ্ব হাৰাৰ মহান নেতা জোনাৱ Rakibul Hussain দাদাৰ উপস্থিতিত বিশাল কংগ্ৰেছ দলৰ নিৰ্বাচনী কৰ্মীসভা অনুষ্ঠিত হ'ব গতিকে আপোনালোকৰ উপস্থিতি একান্ত বাবে কামনা কৰিলো।
Aftab Uddin Mollah
Aftabuddin Mollah
নতুন বছৰত আপোনাৰ প্ৰতিটো দিন ৰঙীন হওক।
আপোনাৰ জীৱনৰ প্ৰতিটো অধ্যায় ৰঙেৰে পৰিপূৰ্ণ হওক…
সফলতা আৰু ভাগ্যই আপোনাক সদায় আগুৰি ৰাখক…
Happy New Year 2024…
26/12/2023
জলেশ্বৰ সমষ্টিৰ প্ৰাক্তন বিধায়ক ছামছুল হ’ক চাহাবৰ ৯৯ বছৰ বয়সত বাৰ্ধক্য জনিত কাৰণত ওলপ আগতে নিজ বাস ভৱনত মৃত্যু বৰণ কৰে। তেখেতৰ আত্মাৰ জান্নাতুল ফিৰদৌছ নছীৱ কামনা কৰাৰ লগতে শোক সন্তপ্ত পৰিয়াল বৰ্গ লৈ গভীৰ সমবেদনা জ্ঞাপন কৰিলো।
Click here to claim your Sponsored Listing.
Category
Contact the organization
Website
Address
Goalpara