Success Intensity Home Tuition

Success Intensity Home Tuition

Share

We provide best home tuition service in India. Our tutors are highly qualified and well groomed to p

22/02/2020

আপোনাৰ সন্তানটিক Home Tuition ৰ প্ৰয়োজন নেকি ?
আজিৰ দিনত বহুতো অভিভাৱক ব্যস্ত হোৱাৰ বাবে নিজৰ সন্তানটিক এটি ভাল Coaching Center লৈ অনা - নিয়া কৰাটো সম্ভৱপৰ হৈ নুঠে। আনহাতে, কিছু শিক্ষাৰ্থীৰ ক্ষেত্ৰত দেখা পোৱা যায় যে , বহু সংখ্যক ছাত্ৰ- ছাত্ৰীৰ মাজত Teacher সকলে বুজালে বুজি পোৱাৰ ক্ষেত্ৰতটো কিছু অসুবিধাৰ সন্মুখীন হয় । এনে শিক্ষাৰ্থী সকলৰ বাবে ,Guardian
ৰ Supervison ত থাকি Fully Teacher Attention পোৱাটো অতিকৈ অৱশ্যেকীয়, এনে Attention নাপালে Student জন শিক্ষাৰ ক্ষেত্ৰত পিছপৰি ৰব লগীয়া হয়।
সেয়েহে এনে ধৰনৰ সমস্যা বোৰ চালি জাৰি চাই Success Intensity Home Tution Centre ৰ দ্বাৰা এটি সুন্দৰ পদক্ষেপ হাতত তুলি লোৱা হৈছে।
এই Centre ৰ দ্বাৰা আপোনাৰ সন্তানটিক High Qualified Teacher সকলে Home Tution ৰ দ্বাৰা উচ্চ মানৰ প্ৰশিক্ষণ ৰ লগতে All Subjects ৰ শিক্ষা প্ৰদান কৰিব ।
আনহাতে , এটি Reasonable Price ত আপোনালোকে Home Tution ৰ সুবিধা লব পাৰিব।
সময়ৰ ক্ষেত্ৰটো অভিভাৱকৰ আৰু শিক্ষাৰ্থীৰ সুবিধাৰ অৰ্থে Flexible Time Choice কৰিব পাৰিব।
Fully শিক্ষাগুৰুৰ Attention পোৱাৰ লগতে , Guardian ৰ Supervision ত শিক্ষাৰ্থীক শিক্ষা প্ৰদান কৰা হব।
ইয়াৰ লগতে আপোনালোকক জনাবলৈ পাই সুখী হম যে, এই Home Tution Center ৰ দ্বাৰা প্ৰথম ২৫ গৰাকী শিক্ষাৰ্থীৰ বাবে Admission Fees ৰেহাই দিয়া হৱ। খুব কম সময়ৰ বাবে এই সুবিধা উপলব্ধ ।
যদি আপোনালোকে নিজৰ সন্তানটিৰ বাবে এটি উচ্চমানৰ Home Tuition ৰ সুবিধা লব বিচাৰে তেনেহলে সবিশেষ জানিবলৈ এই নাম্বাৰত - 8638764094/7896379829 Phone call ৰ জৰিয়তে বা WhatsApp ৰ জৰিয়তে আমাৰ লগত কথা পাতিব
পাৰে।
ধন্যবাদ।

16/02/2020

Do you agree?

Want your school to be the top-listed School/college in Guwahati?
Click here to claim your Sponsored Listing.

Category

Telephone

Address


ML Baruah Road, Silpukhuri
Guwahati
781003

Opening Hours

Monday 10am - 8pm
Tuesday 10am - 8pm
Wednesday 10am - 8pm
Thursday 10am - 8pm
Friday 10am - 8pm
Saturday 10am - 8pm
Sunday 10am - 2pm