Reporter Ne.in

Reporter Ne.in

Share

Exploring Truth, Exposing Lies.

06/07/2026

'বাংলাদেশীৰ নামত ভাৰতীয় নাগৰিকক কিয় হাৰাশাস্তি কৰা হৈছে? নিশাৰ আন্ধাৰত ৬০ উৰ্দ্ধৰ বৃদ্ধ মহিলাক বাংলাদেশী সজাই সীমান্ত পাৰ কৰোৱা হৈছে'। অবৈধ বাংলাদেশী বহিস্কাৰৰ বিৰোধীতাৰে সদনত প্রশ্ন কৰি সদন ত্যাগ AIUDF বিধায়ক
মজিবৰ ৰহমান আৰু বদরুদ্দিন আজমলৰ

06/07/2026

📌কেনেকৈ MINISTRY চলাব লাগে মন্ত্ৰী বিমল বৰাক শিকাব বদৰুদ্দিন আজমলে।
📌বিমল বৰাক নতুন মানুহ, সৰু লৰা আখ্যা দিলে আজমলে।

06/07/2026

পেটৰ বিষ, Gallbladder stone, Hernia, Piles, Fistula, Ulcer, Jaundice, Liver problem আদি সমস্যাৰ বাবে এপ'ল হস্পিতাল চেন্নাইৰ জ্যেষ্ঠ চিকৎসকসক তথা General & Laparoscopic Surgeon
Dr. Jameel Akhtarৰ
পৰামৰ্শ এতিয়া Apollo hospitals information centre, Beltola, Guwahati তেই পাব।
📞 Appointment: 9678769107 / 8134095156

06/07/2026

📌মই ২০-৩০ বাৰ ৰিজেক্ট হৈছিলো।
📌ভগৱানে সেইজনকে কষ্ট দিয়ে, যিয়ে কামটো কৰিবলৈ সক্ষম।
📌সপোন ডাঙৰ দেখিব লাগে।
📌তেলেগু চিনেমাত অভিনয় কৰি প্ৰথমবাৰলৈ ঘৰলৈ অহা ভৈৰৱী ডেকাৰ এই মন্তব্য

06/07/2026

📌চৰাইদেউ জিলাত পৃথক বন সংমণ্ডল বিচাৰি বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰৰ প্ৰশ্ন-
📌সদনত বনমন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ উত্তৰ -

Want your business to be the top-listed Media Company in Guwahati?
Click here to claim your Sponsored Listing.

Telephone

Address


Hengrabari
Guwahati