ubwire.com
The official page of ubwire.com Visit us at:https://ubwire.com/,www.ubphotos.com/ We capture the right moments
সংৰক্ষণ কৰা হ'ল বিশিষ্ট বাঁহীবাদক দীপক শৰ্মাৰ পদচিহ্ন
📌পশ্চিম গুৱাহাটীৰ আৰক্ষী উপায়ুক্ত অমিতাভ বসুমতাৰী সংবাদমেল
📌মহানগৰীৰ জালুকবাৰীত নকল নোট, সোণ জব্দ সন্দৰ্ভত সংবাদমেল আৰক্ষী উপায়ুক্ত গৰাকীৰ
📌বস্ত্ৰ নগৰী শুৱালকুছিত চৰকাৰে চলোৱা অভিযান সম্পূৰ্ণ আ/ক্ৰোমুলক !
📌আক্ৰো/শমূলক ভাবে খিলঞ্জীয়াৰ পৰিয়ালক উচ্ছেদ জিলা প্ৰশাসনৰ
📌জিলা প্ৰশাসনৰ উচ্ছেদৰ বিৰুদ্ধে সংবাদমেল পাতি এই গুৰুতৰ অভিযোগ ভুক্তভোগী পৰিয়ালৰ
মৰিগাঁও জিলাৰ তৰুণৰাম ফুকন খেলপথাৰত পাঁচ সহস্ৰাধিক লোকে একেলগে পৰিবেশন কৰিব "মানুহে মানুহৰ বাবে" শীৰ্ষক গীতটি।
📌বৈদেশিক পৰিক্ৰমা মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ নৰ্থ ইষ্ট ফেষ্টিভেল আয়োজনৰ ক্ষেত্ৰত ভূমিকা আছিল
📌এই অনুষ্ঠান সফল হোৱা হলে তেওঁ নায়ক হৈ পৰিলেহেতেন
📌তেওঁক মাতি আনি প্ৰথম জেৰা কৰিব লাগে
📌মাতি আনিছে পুৰি চজ্জি খোৱা দোকানীক নাইবা কোনোবা বিহু সমিতিক...
📌 মন্তব্য অখিল গগৈৰ
Click here to claim your Sponsored Listing.
Category
Contact the business
Telephone
Address
UB Photos, 2nd Floor, Shiva Hotel Complex, ASTC Workshop Bylane, G. S Road
Guwahati
781007