Muhammad Anisul

Muhammad Anisul

Share

Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Muhammad Anisul, Education Website, Guwahati.

10/11/2024

ইমাম গাজ্জালী ৰ: ৰ অমূল্য উপদেশ,
ধৰ্মজ্ঞান সেই ইলিমৰ নাম যি ইলিমে মানুহৰ অন্তৰত আল্লাহৰ ভয় জাগ্ৰত কৰে, এবাদতৰ আগ্ৰহ বৃদ্ধি কৰে,দুনিয়াৰ লোভ লালসাৰ পৰা দূৰলৈ আঁতৰাই আনি দ্বীনৰ কামত উৎসাহি কৰি তোলে আৰু অন্যায় অনাচাৰৰ পৰা আঁতৰাই আনে ।
নিজে আমল কৰক,আনক আমল কৰিবলৈ সুবিধা দিয়ক।

06/11/2024

আল্লাহ তালা সূরা নিসার ৯৩ নং আয়াতে বলেন।
وَمَن يَقْتُلْ مُؤْمِنًۭا مُّتَعَمِّدًۭا فَجَزَآؤُهُۥ جَهَنَّمُ
যে ব্যক্তি কোন মু’মিনকে ইচ্ছাপূর্বক হত্যা করে, তার শাস্তি জাহান্নাম।

Want your school to be the top-listed School/college in Guwahati?
Click here to claim your Sponsored Listing.

Telephone

Website

Address


Guwahati