New Assam

New Assam

Share

web media house of assam from guwahati assam

16/05/2023

এক ভয়ংকৰ পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে আৰক্ষী বিষয়া জোনমণি ৰাভাই৷

জখলাবন্ধাত গখন ট্ৰাকৰ সৈতে মুখামুখি সংঘৰ্ষ জোনমণি ৰাভাৰ মাৰুতি এল্ট’ৰ৷
জখলাবন্ধাৰ সৰুভগীয়াত নিশা প্ৰায় ডেৰ বজাত এই ঘটনা৷
UP 78 UT 4518 নম্বৰৰ ট্ৰাকত খুন্দা জোনমণি ৰাভাৰ বাহনৰ৷ দুৰ্ঘটনাত থিতাতে নিহত আৰক্ষী বিষয়া জোনমণি ৰাভা৷

নগাঁৱৰ মৰিকলং আৰক্ষী চকীৰ IC আছিল জোনমণি ৰাভা৷
পুৱতি নিশা ঘটনাস্থলীত উপস্থিত নগাঁও আৰক্ষী অধীক্ষক লীনা দলে৷
জখলাবন্ধা চিকিৎসালয়ত ৰখা হৈছে জোনমণি ৰাভাৰ মৃতদেহ৷

15/05/2023

📌দেশৰ ভিতৰতে ISCপৰীক্ষাৰ শীৰ্ষত গুৱাহাটীৰ ৰিয়া আগৰৱাল।
📌৪০০ৰ ভিতৰত পালে ৩৯৯নম্বৰ।

23/11/2020

অতি সংকটজনক তৰুণ গগৈৰ অৱস্থা৷
হিমন্তৰ আৱেগিক মন্তব্য৷

03/08/2020

দলং ভাঙি নদীত পৰিল ১৮জনকৈ লোক ৷
মাজুলীৰ শ্ৰীৰামপুৰৰ ভয়াৱহ দৃশ্য বন্দী হ’ল কেমেৰাত ।

02/08/2020

এই মৃত্যু অপৰাজেয়!
মণিপুৰত উগ্ৰপন্থীৰ বিৰুদ্ধে সাহসেৰে যুঁজি প্ৰাণ আহুতি দিয়া অসম ৰাইফলছৰ হাবিলদাৰ প্ৰণয় কলিতাৰ বজালী অঞ্চলৰ ঘটবৰ সাদেৰী গাঁওস্থিত বাসগৃহত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল উপস্থিত হৈ বীৰ শ্বহীদগৰাকীৰ প্ৰতি গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ৷
লগতে অসম চৰকাৰৰ তৰফৰ পৰা ছহিদ পত্নীলৈ ২০ লাখ টকাৰ চেক আগবঢ়াই ৷

27/07/2020

বিজেপি চৰকাৰক ইংৰাজীতে তুলাধুনা শুকুৰ আলীৰ ৷

Want your business to be the top-listed Media Company in Guwahati?
Click here to claim your Sponsored Listing.

Website

Address


Guwahati
781015