Axom Plus Live

Axom Plus Live

Share

Follow us for daily updates
Media,News,Motivation, Entertainment etc
Day by Day 24×7

19/06/2026

📍জয় জুবিন দা 🙏❤️
সামাজিক মাধ্যমত আৱেগিকক পোষ্ট গৰিমা শইকীয়া গাৰ্গৰ
"কেতিয়াও ভাবিব নোৱাৰা এটা জীৱন কটাই আছোঁ । জীয়াই আছো মাথো ! কিয় আছো ,, কেনেকৈ আছো, নাজানো ।
মাথো তোমাক কথা দিছো তোমাৰ আদৰ্শৰে , তোমাৰ ভালপোৱাবোৰেৰে বাকী থকা দিনবোৰ ভৰাই ল'ম!"

Jay Zubeen Daa

Disclaimer: Axom Plus Live shares this content for informational and public awareness purposes only. Full credit and all rights belong to the original source and creator.

18/06/2026

♦️জয় জুবিন দা🙏💚
গণেশগুৰীৰ একে ঠাইতে আঁকি আছে মৰমৰ জুবিন গাৰ্গৰ ছবি। ওলাই আহিছে শ শ জুবিন অনুৰাগী
Jay Zubeen Daa

18/06/2026

🚨পুনৰ জামিন বিচাৰি উচ্চ ন্যায়ালয়ত দ্বাৰস্থ সন্দীপন গাৰ্গ
Justice For Zubeen Garg

Want your business to be the top-listed Media Company in Rangia?
Click here to claim your Sponsored Listing.

Category

Address


Guwahati
Rangia