Notun Prohor

Notun Prohor

Share

Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Notun Prohor, Media/News Company, Guwahati.

19/08/2025
11/05/2025

বিজতৰীয়া কৰিছে একাংশই বিহু নামবোৰ ! এই ক্ষেত্ৰত মন্তব্য

29/04/2025

viral bihu song // Credit: jaan maanu

24/04/2025

জম্মু-কাশ্মীৰৰ পহলগামত সন্ত্ৰাসবাদীৰ আক্ৰমণত প্ৰাণ যোৱাৰ পূৰ্বে এনেদৰে সময় অতিবাহিত কৰিছিল দম্পতীহালে

14/04/2025

ৰুণু জুনু জুনু জুনুমাই তোমাক আজি ভাল লগা নাই // সামাজিক মাধ্যমত ভাইৰেল এই বিহুৰ আখৰা //ৰঙালী বিহু

12/04/2025

এইবাৰ বিহুত গাঁৱৰ সিটো মূৰত ফাংচন পাতিব
ফাংচনত কোনোবা D Xmk ক মাতিব
যোৱাবছৰ হেনো তাৰ গান ভাইৰেল হৈছিল
লাখ-লাখ লোকে Reels বনাইছিল তাৰ গানত
শইকীয়াৰ পিতেক জীতেনেও ভাল গান গায়
পিছে তাৰ গান আজিলৈ ভাইৰেল হোৱা নাই
সেয়েই তাক আমন্ত্ৰণ জনোৱা নাই ।

আগৰ দৰে আৰু বিহু নাই
চেনেহীয়ে এৰিলে তাঁতশাল
চেনাই পাহৰিলে ধূতিৰ ফাল
বুকু ফিন্দাই ময়ো ক'লো
পিঠা পনা মই নাপাওঁ ভাল....







#কল্পৰাজডেকা

11/04/2025

মাজুলীৰ অফলামুখ ফেৰীঘাটত এক ভয়ানক দুৰ্ঘটনা//দুখন ফেৰীৰ মাজত মুখামুখি সংঘৰ্ষ//কথমপি প্ৰাণৰক্ষা শতাধিক যাত্ৰীৰ ।।

,

#মাজুলী

10/04/2025

Roi roi binale

09/04/2025

এহাল মৰমলগা সাধাৰণ স্বামী-স্ত্ৰীৰ কথা / কল্পৰাজ ডেকা



#কল্পৰাজডেকা

08/04/2025

"সকলোৰে কলিজা এটাই, সেয়া হৈছে জুবিন গাৰ্গ" সঞ্জীৱ নাৰায়ণ

07/04/2025

মায়াবিনী গীতেৰে জুবিন গাৰ্গে জীপাল কৰি তুলিলে ৰঙালীৰ মঞ্চ //

Want your business to be the top-listed Media Company in Guwahati?
Click here to claim your Sponsored Listing.

Culinary Team

Attire

Website

Address


Guwahati
781005