Prime Time NE

Prime Time NE

Share

যিকোনো Advertisement/বিজ্ঞাপনৰ বাবে আমাৰ সৈতে যোগাযোগ কৰক: 9395071432

14/07/2026
13/07/2026

ডবকাৰ ৰাষ্ট্ৰীয় ঘাইপথত সন্ত্ৰাস চলোৱা উদণ্ড যুৱকক আটক আৰক্ষীৰ। ৰাষ্ট্ৰীয় ঘাইপথত বাইক ষ্টাণ্টৰ দৃশ্য ভাইৰেল হৈছিল সামাজিক মাধ্যমত। সংবাদ মাধ্যমত বাতৰি সম্প্ৰচাৰৰ পাছতে আটক দুই উদণ্ড বাইক চালকক। আটক হোৱা যুৱকদ্বয় ক্ৰমে হোজাইৰ বৰখুলাৰ ইকবাল হুছেইন, নগাঁৱৰ ৰিকি বৰুৱা। ২ যুৱকৰ পৰা আৰক্ষীয়ে জব্দ কৰে দুখনকৈ বাইক।

13/07/2026

যমুনা গাওঁ পঞ্চায়তৰ AP member কোৱা মতে পঞ্চায়তৰ কেইজন মান Word member ৰে PMY ঘৰৰ নামত ভ*য়ংকৰ বাবে টকাৰ লেনদেন কৰি আছে কেতিয়া এই বিষয় অসম আৰক্ষী চকুত পৰিব ? প্ৰতি জনে আপোনালোকৰ মতামত কমেণ্ট কৰক
゚viralシ

11/07/2026

Mashallah 👍

Want your business to be the top-listed Media Company in Hojai?
Click here to claim your Sponsored Listing.

Telephone

Website

Address


Hojai
Hojai
782445