Normal School Confessions.
নৰ্মাল স্কুল(শিক্ষক প্ৰশিক্ষণ প্ৰতিষ্ঠান) ৰ প্ৰাক্তন ও বৰ্তমানৰ প্রশিক্ষাৰ্থিৰ মনৰ ভাব প্ৰকাশৰ বাবে�
26/11/2022
সকলোকে নমস্কাৰ জনালোঁ🙏
এইখন চিৰনৰ্মালিয়ান সকলৰ বাবে মনৰ ভাৱ প্ৰকাশ কৰা এখন মঞ্চ।আমি প্ৰশিক্ষণ লোৱাৰ পাছত বিদ্যালয় খনৰ পৰা নিজৰ ব্যস্ততাৰ বাবে অলপ হলেও আঁতৰি আহো আৰু প্ৰশিক্ষণ লৈ থকাৰ সময়ত অনুজ সকলে অগ্ৰজ সকলক আৰু অগ্ৰজ সকলে অনুজ সকলক সেইহে আমি সকলোৱে নিজৰ মনৰ ভাব সমূহ , অভিজ্ঞতা সমূহ আৰু অনুজ অগ্ৰজ সকলোৰে মাজত চিনাকি তথা মনৰ ভাৱ /অনুভব সমূহ প্ৰকাশ কৰিবলৈ এই পেজ খন আৰম্ভ কৰিছো সকলোৱে আনুষ্ঠানিকতা বজাই ৰাখি নিজৰ কথা বাৰ্তা আৰু অনুভব সমূহ প্ৰকাশ কৰিবা বুলি আশা ৰাখিলোঁ 🙏
Want your school to be the top-listed School/college in Jorhat?
Click here to claim your Sponsored Listing.
Click here to claim your Sponsored Listing.
Category
Website
Address
Near Sadar Police Station
Jorhat
785001