Mohanating Charia Pathar Missing Gaon HS

Mohanating Charia Pathar Missing Gaon HS

Share

Mohanting Charia Pathar Missing Gaon HS is a High School under Directorate of Secondary Education Department of Assam and established in 1974 (ME), 1979 (HS)

Photos from Mohanating Charia Pathar Missing Gaon HS's post 15/08/2023

গ্ৰীষ্মবন্ধ উপলক্ষে বিদ্যালয়ত প্ৰতি বছৰে অনুষ্ঠিত হৈ অহা 'প্ৰীতি সন্মিলন' আৰু 'কৃতি ছাত্ৰ-ছাত্ৰীৰ সম্বৰ্ধনা অনুষ্ঠান'টি যোৱা ৩০ জুন, ২০২৩ তাৰিখে অনুষ্ঠিত হৈ যায়।
অনুষ্ঠানৰ মুখ্য আকৰ্ষণ- ২০২৩ বৰ্ষত হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীৰ সকলক সম্বৰ্ধনা জনোৱা হয়। ষ্টাৰপ্ৰাপ্ত আৰু অক্ষৰ নম্বৰ প্ৰাপ্ত ছাতিৰ-ছাত্ৰীসকলক বিশেষ সম্বৰ্ধনা জনোৱা হয়।
লগতে
বছেৰেকীয়া পৰীক্ষাত প্ৰথম, দ্বিতীয় আৰু তৃতীয় স্থান অধিকাৰ উৰ্ত্তীণ হোৱা ছাত্ৰ-ছাত্ৰীসকলকো মানপত্ৰ আৰু পুৰস্কাৰ প্ৰদান কৰা হয়।
তদুপৰি
'বাৰ্ষিক ক্ৰীড়া সমাৰোহ ২০২২' ত প্ৰথম, দ্বিতীয় আৰু তৃতীয় স্থান অধিকাৰ কৰা ছাত্ৰ-ছাত্ৰীসকল পোনপ্ৰথমবাৰৰ বাবে মানপত্ৰ প্ৰদান কৰা উপৰিও একোটাকৈ পুৰস্কাৰ প্ৰদান কৰা হয়।
শেষত
বাৰেৰহণীয়া সাংস্কৃতিক কাৰ্যসূচীত বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ দ্বাৰা পৰিবেশিত নৃত্য-গীত আদিৰে পৰিৱেশ আনন্দমুখৰ হৈ পৰে।
অনুষ্ঠানটিত বিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি প্ৰমুখ্যে অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক আৰু শিক্ষক, স্হানীয় সামাজিক ব্যক্তি তথা অভিভাৱক আৰু প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকলে অনুষ্ঠান উপভোগ কৰে।

Photos from Mohanating Charia Pathar Missing Gaon HS's post 20/06/2023

আজি বিদ্যালয়ত অনুষ্ঠিত হোৱা ৰাভা দিৱসৰ কিছু দৃশ্যাংশ...

Want your school to be the top-listed School/college in Jorhat?
Click here to claim your Sponsored Listing.

Category

Telephone

Website

Address


Mohanting Grant Road
Jorhat
785616

Opening Hours

Monday 8am - 3:30pm
Tuesday 8am - 3:30pm
Wednesday 8am - 3:30pm
Thursday 8am - 3:30pm
Friday 8am - 3:30pm
Saturday 8am - 12:30pm