MozzaClass Smart Coaching Centre
We focus on activity-based learning with immersive contents and provide a platform for students to l
16/05/2023
Concept clear lagibo beta....Concept
Click on the link below to watch the full video: https://youtu.be/LC6sBzKL6oU
This video will be very helpful for the students studying in class 9
Click on the link below to watch the full video
Topic: Working of wind
https://youtu.be/X9c97t2fFVM
This video will be very helpful for the students studying in class 9.
যোৰহাট-নিবাসী অভিভাৱক সকলক উদ্দেশ্যি প'স্ত টো দিয়া হৈছে।
*শৈক্ষিক জগত খনত লেখি শিকাত কৈ দেখি শিকা পদ্ধতি বেছি গ্ৰহণযোগ্য।*
এই ধাৰণাৰ ভিত্তিত আমি অৰ্থাৎ MozzaClass Smart Coaching Centre এ ষষ্ঠম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণী লৈকে প্ৰদান কৰা আমাৰ coaching class সমূহত practical demonstration ৰ ব্যৱস্থা ৰাখিছোঁ যাৰ ফলত শিক্ষাৰ্থীয়ে পাঠ্যক্ৰম টো পুংখানুপুংখ ভাৱে আয়ত্ব কৰিব পাৰিব । ইয়াৰ দ্বাৰা পৰীক্ষা ভৱনত পোৱা ৩ ঘণ্টাৰ সময় সীমাত কোনো প্ৰস্নতেই খোকোজা নলগাকৈ critical প্ৰশ্ন সমূহৰ উত্তৰ সাজি লিখা ক্ষমতা বৃদ্ধি হব। ইয়াৰ সহায়ত তেওঁলোকে পৰীক্ষাত সৰ্বোচ্চ marks অৱলম্বন কৰিব কিয়নো তেওঁলোকৰ concept clear হৈ থাকিব । ই পিছত engineering বা medical entrance পৰীক্ষাত সহায় কৰে।
অসমত শিক্ষা প্ৰদানৰ প্ৰণালী আৰু পদ্ধতিক উন্নত কৰা টোৱেই আমাৰ প্ৰথম আৰু প্ৰধান উদ্দেশ্য।
সেয়েহে আপোনাৰ সন্তানটিক পলম নকৰা কৈ Domino's Pizza ৰ সমীপত থকা আমাৰ Centre লৈ বিনামূলীয়া DEMO class এটা attend কৰিবলৈ অনুৰোধ জনালোঁ।
#যোৰহাট #টীয়ক #অসম
29/03/2023
Congratulations Srijani Barman for scoring 100 in mathematics in the class 9 final board exam.
Click here to claim your Sponsored Listing.
Category
Contact the school
Telephone
Website
Address
Mozza Class, 1st Floor, Near Domino's Pizza, K. B Road
Jorhat
785001
Opening Hours
| Monday | 3pm - 8pm |
| Tuesday | 3pm - 8pm |
| Wednesday | 3pm - 8pm |
| Thursday | 3pm - 8pm |
| Friday | 3pm - 8pm |
| Saturday | 3pm - 8pm |