The R&M Journey

The R&M Journey

Share

আমাৰ উদ্দেশ্য আমাৰ GEN-Z generation  সমগ্ৰ ৰাইজক সহায় কৰা (charity) ভিডিঅ' বনাই আমাক tag দিব পাৰিব

29/11/2025

নাম
ভূমিকা / অৱদান
মওলানা আবুল কালাম আজাদ
ভাৰতৰ প্রথম শিক্ষামন্ত্ৰী, শিক্ষা নীতি স্থাপন, IIT–ৰ ভিত্তি স্থাপন, একতা আৰু secularism ৰ প্ৰচাৰক।
ড° জাকিৰ হুছেইন
শিক্ষাবিদ, Jamia Millia Islamia সহ-প্ৰতিষ্ঠাপক, পাছত ভাৰতৰ ৰাষ্ট্ৰপতি।
বেগম আইছা বিও
Constituent Assembly সদস্য, নারী অধিকাৰ আৰু minority safety ৰ বাবে কণ্ঠ তুলিছিল।
খান আব্দুল গফফাৰ খান (বদশা খান)
অহিংস স্বাধীনতা সংগ্রামী, মুসলিম–হিন্দু ঐক্যৰ প্ৰচাৰক, “Frontier Gandhi” বুলি পৰিচিত।
লিয়াকত আলি খান–সহ বহু ভাৰতীয় মুসলিম নেতা
স্বাধীনতা পৰৱৰ্তী কথোপকথন, সম্প্ৰীতি বজাই ৰখাত সহায়।
সৈয়দ মাহমুদ
শিক্ষা, সাম্প্ৰদায়িক সম্প্রীতি আৰু উন্নয়নত সক্ৰিয় ভূমিকা।
হুমায়ুন কবীৰ
সাহিত্যিক, শিক্ষাবিদ, সংবিধান আলোচনা আৰু শিক্ষা নীতিত অংশ।

05/11/2025

উচ্ছেদ চলিয়ে থাকিব........ Himanta Biswa sarma

Want your business to be the top-listed Media Company in Kamakhya?
Click here to claim your Sponsored Listing.

Telephone

Website

Address


Guwahati
Kamakhya