BSC
Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from BSC, Education, Majuli-Bongaon.
19/07/2025
চিপাহী বিদ্ৰোহৰ প্ৰথমগৰাকী শ্বহীদ মঙ্গল পাণ্ডেৰ স্বদেশপ্ৰেম, অদম্য বীৰত্ব আৰু সাহসৰ গাঁথা ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ ইতিহাসত স্বৰ্ণাভ অধ্যায় হিচাবে চিহ্নিত হৈ আহিছে । ঔপনিৱেশিক ব্ৰিটিছৰ শোষণ আৰু বঞ্চনাৰ বিৰুদ্ধে তেখেতে ভাৰতীয়ৰ মনত পঞ্জীভূত ক্ষোভক বিদ্ৰোহলৈ ৰূপান্তৰিত কৰি স্বাধীনতাৰ পথ প্ৰশস্ত কৰাৰ ক্ষেত্ৰত অগ্ৰণী ভূমিকা পালন কৰিছিল ।
চুমাৰে উপচালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক
Click here to claim your Sponsored Listing.
Category
Website
Address
Majuli-Bongaon
785104