Bitopann
❣️ অটল অদম্য অজেয় ❣️ News based Website.
বিশ্বাসঘাতক কংগ্ৰেছে অসমত আকৌ এবাৰ চৰকাৰ গঠন কৰাটো অসম্ভৱ!!
02/10/2025
জন্মদিনৰ শুভেচ্ছা থাকিল অখিল দা । কুশলে থাকক, আৰু অধিক শক্তিশালী হৈ উঠক আপোনাৰ কণ্ঠ ।
Akhil Gogoi
অখিল গগৈ ডাঙৰীয়াই তেওঁৰ পত্নীৰ নিযুক্তী পক্ৰিয়াৰ সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে উঠোৱা অভিযোগ বোৰৰ তদন্ত কৰিবলৈ মুখ্যমন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ কৰিছে । এতিয়া মুখ্যমন্ত্ৰী মহোদয়ে ঠিক একেদৰে তেওঁ আৰু তেওঁৰ পত্নীৰ বিৰুদ্ধে যি বোৰ দূৰ্নীতিৰ অভিযোগ উত্থাপিত হৈ আছে সেই সকলো অভিযোগৰ চি বি আই দ্বাৰা তদন্ত কৰিবলৈ নিৰ্দেশ দি সততা আৰু সাহসীকতাৰ পৰিচয় দিব পাৰিবনে ?
মুক্ত হত্যা আৰু কবিতা লিখি জেল যোৱা দিনবোৰৰ সমাপ্তি ঘটিল!! আপোনাৰ এই ওভতনীত ম ই সুখী ।।
Click here to claim your Sponsored Listing.
Category
Contact the public figure
Telephone
Website
Address
Majuli