Report Daily

Report Daily

Share

সত্যৰ সন্ধান....!

11/06/2026

#বিশেষ উক্তি হৰেকৃষ্ণ ডেকা
# Report daily News Darrang

10/06/2026

ত পুনৰ ধুমূহা
#সাংসদ সুস্মিতা দেৱ ৰ পদত্যাগ।
হয়টো দুই এদিনত যোগদান কৰিব বিজেপি ত।
# Report daily news political update

05/06/2026

#দৰং জিলা TMC সভাপতি হৰেকৃষ্ণ ডেকাৰ পদত্যাগ।
#তেখেতে ৫০ নং মঙলদৈ বিধান সভা সমষ্টিৰ পৰা TMC ৰ হৈ নিৰ্বাচনত অৱতীৰ্ণ হৈছিল।
daily News political update

03/05/2026

#কি হব এওঁ লোকৰ ভাগ্য।
#কাৰ কপাল ফুলিৱ।
daily News update

20/04/2026

updare
daiky news

09/04/2026

📌 অসম বিধান সভা নিৰ্বাচন-২০২৬ৰ আজি ভোটগ্ৰহণৰ দিনটোত ভোটদানেৰে গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰিলে ৫০ নং মঙ্গলদৈ বিধানসভা সমষ্টিৰ প্ৰাৰ্থী হৰেকৃষ্ণ ডেকা।

09/04/2026

মঙলদৈত শোকাৱহ পথ দুৰ্ঘটনা।বিধান সভা নিৰ্বাচনৰ দিনটোত মঙলদৈৰ জনাৰাম চৌকাত শোকাৱহ পথ দুৰ্ঘটনাত নি//হত এজন যুৱক।যুৱক জনৰ নাম ভেবাঘাট কলিতাপাৰাৰ মৃগেন বৰুৱা বুলি জানিব পৰা গৈছে ।

02/04/2026

📌 এইবাৰ মঙ্গলদৈত পৰিৱৰ্তন অনাৰ সময়।

📌 এইটো কেৱল এটা নিৰ্বাচন নহয়— এইটো ৫০ নং মঙলদৈ বিধানসভা সমষ্টিৰ ভৱিষ্যত নিৰ্ধাৰণৰ এক গুৰুত্বপূৰ্ণ সুযোগ। আপোনালোকৰ এটা ভোটে উন্নয়ন, শান্তি - সমৃদ্ধিৰ পথ মুকলি কৰিব পাৰে আৰু লগতে সাম্প্ৰদায়িকতাবাদো নিপাত খেদাব পাৰে।

📌 আমি সকলো একেলগে আগবাঢ়ো—
উন্নয়নৰ পক্ষত ভোট দিওঁ , আৰু মঙলদৈক এক নতুন উচ্চতালৈ লৈ যাওঁ।

হৰে কৃষ্ণ ডেকা
জয় আই অসম।
জয় হিন্দ

02/04/2026

📍 মঙ্গলদৈ বিধান সভা সমষ্টিৰ অন্তৰ্গত বিভিন্ন প্ৰান্তত অসম তৃণমূল কংগ্ৰেছৰ মনোনীত হৰেকৃষ্ণ ডেকা ডাঙৰীয়াৰ নিৰ্বাচনী প্ৰচাৰ কাৰ্য্যসূচীত এক ঐতিহাসিক পৰিৱেশ সৃষ্টি কৰে।

📍 ৰাইজৰ স্বতঃস্ফূর্ত উৎসাহ-উদ্দীপনা আৰু অপাৰ জনসমূদ্ৰই স্পষ্টকৈ প্ৰমাণ কৰিলে—উন্নয়ন আৰু পৰিৱর্তনৰ স্বাৰ্থত ৰাইজে এইবাৰ হৰেকৃষ্ণ ডাঙৰীয়াৰ পক্ষত।

30/03/2026

#তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থী হৰেকৃষ্ণ ডেকাৰ নিৰ্বাচনী প্ৰচাৰ তীব্ৰতৰ।
#ৰাইজৰ বিপুল মৰম আৰু স্নেহ লাভ কৰিবলৈ সক্ষম হৈছে যুৱ নেতা গৰাকীযে।
daily News

Want your business to be the top-listed Media Company in Mangaldai?
Click here to claim your Sponsored Listing.

Telephone

Website

Address


Mangaldai, Kharupetia Bus Stand
Mangaldai