Mohan Sharma HS

Mohan Sharma HS

Share

Hello friends, If you want to hear Any songs from me than plz visit my messege box write the name of the song.

Photos from Mohan Sharma HS's post 12/02/2026

বহু মৰম আৰু চেনেহেৰে আমাক তুলি তালি ডাঙৰ কৰিছে, নিজৰ মাতৃত্বৰ উমত আমাক বৰ যতনেৰে ৰাখিছিল আমাৰ আইতাই, মোৰ আজিও মনত পৰে মোৰ কিছু বাল্যকালৰ দুষ্টামিৰ ঘটনাবোৰ, তথাপিও যেন মই তেখেতৰ হিয়াৰ আমঠু, মোক শাস্তি নিদি বুজাইছিলহে মাথোঁ 🙂। এই মৰম আৰু চেনেহ চাগৈ আৰু ক'তো নাপাওঁ। সঁচাই ককা আৰু আইতাৰ মৰমৰ তুলনা অইন কাৰোৰে সৈতে তুলনা কৰিব নোৱাৰি। তেখেতৰ দেহাৰ অৱস্থা বৰ বিশেষ ভাল নহয়, তেখেতে ৯৮ বছৰত ভৰি দিলে, বয়সো হৈছেগৈ গাঁৱৰে নামঘৰীয়া ভকত আতৈ সকলক নিমন্ত্ৰি আইতাৰ হৈ গ্ৰাহ-গজেন্দ্ৰ পাঠ এভাগি পঢ়িলোঁ, সকলোৱেই মোৰ আইতাৰ হৈ প্ৰাৰ্থনা কৰিবচোন 🙏 কৃষ্ণ কৃষ্ণ 🙏

Photos from Mohan Sharma HS's post 03/02/2026

Abhi aakrii geet likha nahi maine,
Par har dard ko mehsoos kar raha hoon 🙂

Want your public figure to be the top-listed Public Figure in Mumbai?
Click here to claim your Sponsored Listing.

Category

Website

Address


Mumbai