ATV ASSAM

ATV ASSAM

Share

নগাঁৱৰ যিকোনো বাতৰি পাবৰ বাবে পেজটো লাইক কৰক।

07/07/2026

#নগাঁৱত টীম ১৮ নৱেম্বৰৰ উদ্যোগত অনুষ্ঠিত হোৱা জুবিন গাৰ্গ সংগীত প্ৰতিযোগিতাত বিচাৰক হিচাপে উপস্থিত থাকি জুবিন গাৰ্গৰ বাদ্যযন্ত্ৰি ৰাজা বৰুৱাই কি ক'লে।

04/07/2026

#নগাঁও আৰক্ষীৰ জালত ড্ৰাগছসহ এগৰাকী সৰবৰাহৰকাৰী মহিলা।

#হেৰইণসহ ধৃত মহিলা গৰাকী নগাঁৱৰ জুৰীয়াৰ জমিলা খাতুন।

#মহিলা গৰাকীয়ে ডিমাপুৰৰ পৰা নগাঁৱলৈ সৰবৰাহৰ চেষ্টা কৰিছিল ড্ৰাগছখিনি।

গোপন সুত্ৰৰ ভিত্তিত নগাঁও আৰক্ষীয়ে মহিলাগৰাকীক চাপৰমুখ ৰেল জংচনৰ পৰা অনুসৰণ কৰি আহি কৰায়ত্ব কৰে নগাঁও চহৰত।

01/07/2026

#নগাঁৱত নতুনকৈ নিৰ্মান কৰা ভাৰ্টিকেল গাৰ্ডেনৰ সামগ্ৰী চুৰিৰ চেষ্টা।

#নগাঁও চহৰৰ আনন্দৰাম ঢেকিয়াল সেঁতুৰ ওপৰত নিৰ্মান কৰি থকা হৈছে ভাৰ্টিকেল গাৰ্ডেন।

#নিশা একাংশ ই-ৰিক্সা চালকৰূপী চোৰে ভাৰ্টিকেল গাৰ্ডেনত সংস্থাপিত কৰা ফুলৰ টাব চুৰি কৰাৰ চেষ্টা কৰে

#অৱশ্যে ৰাইজে প্ৰত্যক্ষ কৰি আটক কৰে ই-ৰিক্সা চালকজনক।

Want your business to be the top-listed Media Company in Nagaon?
Click here to claim your Sponsored Listing.

Category

Telephone

Website

Address


নগাঁও
Nagaon
782002