Axom Plus

Axom Plus

Share

সততাৰ দলিল ৰ সৈতে প্ৰতিজ্ঞাবদ্ধ

06/06/2026

হীৰেন হিন্দু অসমক গ্ৰেপ্তাৰ নকৰিলে অসমৰ পৰিস্থিতি ভয়াবহ কৰি তুলাৰ হুংকাৰ।
অসমৰ পৰিস্থিতি ভয়াবহ হলে ইয়াৰ ভাবে দায়ি হব অসমৰ প্ৰশাসন।
গোচৰ ৰুজু হোৱাৰ ২৪ ঘন্টা উকলি যোৱাৰ পাছতো হীৰেন হিন্দু অসমক গ্ৰেপ্তাৰ কৰা নাই কিয়?

এই হুংকাৰ সংখ্যালঘু সংগ্ৰাম পৰিষদৰ নেতা মৌলানা আব্দুল ৰোফৰ।

06/06/2026

ৰূপহী হাটৰ মাগুৰমাৰীৰ পৰা নিৰুদ্দেশ এগৰাকী বোৱাৰী।

বোৱাৰী গৰাকীৰ সন্ধান দিব পাৰিলে পৰিয়ালৰ লোকে দিব ২০ হাজাৰ টকাৰ পুৰস্কাৰ।

যদি কোনোবাই ফটোত দেখা বোৱাৰী গৰাকীৰ সন্ধান পায় তেন্তে 8486663424 নম্বৰত যোগাযোগ কৰক।

06/06/2026

বিশ্ব পৰিবেশ দিৱস উপলক্ষে গছ পুলি ৰোপণ কাৰ্যসূচী সম্পন্ন

আজি ৫ জুনঃ বিশ্ব পৰিবেশ দিৱস উপলক্ষে শিঙিয়া গাওঁ পঞ্চায়তৰ উদ্যোগত শিঙাৰী হাই স্কুলৰ সহযোগত গছ পুলি ৰোপণ কৰে ।

06/06/2026

👉🏾 ৰোগীক তালিবানী শাস্তি প্ৰদান কৰি ৰিহাব চেন্টাৰৰ দুই কৰ্মচাৰী গ্ৰেপ্তাৰ হোৱাৰ পিছত পুনৰ বিতৰ্কৰ আৱৰ্তত জুৰীয়াৰ ৰিহাব চেন্টাৰ।
👉🏾জুৰীয়াত ৰিহাবৰ পৰা অহা যুৱকৰ ৰহস্যজনক মৃত্যু

05/06/2026

📌 বিশ্ব নবী হজৰত মহম্মদ (ছাঃ)-ক লৈ বিতৰ্কিত মন্তব্য
📌 ধিং থানাত ‘হীৰেন হিন্দু অসম’ৰ বিৰুদ্ধে এজাহাৰ দাখিল মুছলিম ছাত্ৰ সন্থা,অসম (মুছা)ৰ
📌 সামাজিক মাধ্যমৰ পোষ্টক কেন্দ্ৰ কৰি মুছলিম সমাজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়া

05/06/2026

*অসম কঁপাবলৈ আহিছে “ভাইৰেল কৃষ্ণ”*
সামাজিক মাধ্যমত ইতিমধ্যে সৃষ্টি কৰিছে ব্যাপক চৰ্চা।
দৰ্শকৰ মাজত কৌতূহলৰ অন্ত নাই।

04/06/2026

জুৰীয়া উন্নয়ন খণ্ডত যোৱা কালি ৰূপহীহাট সমষ্টিৰ সন্মানীয় বিধায়ক নুৰুল হুদা ডাঙৰীয়াক কিছুমানে পহু খেদা দিয়া বুলি মিছা প্ৰচাৰ কৰি আছিল।

03/06/2026

📌নগাঁও জিলাৰ হেৰাপাতিত উত্তপ্ত পৰিস্থিতি
📌ড্ৰাগছ বেপাৰীৰ ঘৰৰ ভাঙিলে স্থানীয় ৰাইজে

03/06/2026

পুৱাই ভয়ংকৰ পথ দুৰ্ঘটনা। চৰাফত আলীৰ সৈতে সংঘটিত ঘটনাক লৈ উত্তপ্ত পৰিস্থিতি।

03/06/2026

নগাঁও জিলাৰ জুৰীয়াত পোহৰলৈ আহিল আজব প্ৰেমৰ গজব কাহিনী।চল্লিশ বছৰীয় মহিলাই পলাই লৈ গল বিশ বছৰীয় কিশোৰক। এই ঘটনা সংঘটিত হৈছে জুৰীয়াৰ পূৱ মুকুন্দআটিত।

Want your business to be the top-listed Media Company in Nagaon?
Click here to claim your Sponsored Listing.

Website

Address


Nagaon