NE Update
Official page of NE Update Keep watching & stay ahead!
01/06/2026
প্ৰকাশ পালে চিলিণ্ডাৰৰ নতুন দামৰ তালিকা।
01/06/2026
দ্বিতীয়বাৰৰ বাবে IPLৰ খিতাপ দখল TEAM RCBৰ। জয়ৰ পিছতে বিৰাট কোহলী আৰু RCB TEAMৰ সৈতে একেলগে ফটো উঠিলে অনুষ্কা শৰ্মাই....
সকলোকে পৱিত্ৰ ঈদ-উল-আজহাৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ।❤️
ঈদ মোবাৰক !🌙✨
28/04/2026
আনফৰ চুপাৰ-50 ৰ আন এক সাফল্য।।
খেৰণী গাওঁ প্ৰাথমিক বিদ্যালয়ত ভোট চলি আছে।
তিনি গগৈৰ নেতৃত্বত চৰকাৰ গঠনৰ হুংকাৰ।
I got over 200 reactions on my posts last week! Thanks everyone for your support! 🎉
📌 সামাজিক মাধ্যমত ভুৱা ভিডিঅ' বিয়পোৱা সকলৰ বিৰুদ্ধে গোচৰ দাখিল কুঙ্কি চৌধুৰীৰ
📌 পাঁচবজাৰস্থিত ক্রাইম ব্রাঞ্চত গোচৰ কৰে প্ৰাৰ্থী গৰাকীয়ে
📌 AIৰ জৰিয়তে প্ৰাৰ্থী গৰাকীৰ নামত একাংশই ভুৱা ভিডিঅ' প্ৰচাৰ কৰাৰ অভিযোগ
📌 ভুৱা ভিডিঅ' প্ৰচাৰ কৰা সকল বিজেপিৰ IT চেলৰ সদস্য বুলি দাবী কুঙ্কিৰ
ৰাইজে অসমৰ পৰৱৰ্তী মূখ্যমন্ত্ৰী হিচাপে কাক বিছাৰে?
31/03/2026
🚨AIUDF এৰি কংগ্ৰেছত যোগদান বিধায়ক আমিনুল ইছলামৰ।
Click here to claim your Sponsored Listing.
Category
Contact the business
Website
Address
NH 37
Nagaon
782440