Pitambar Pathak
President, AGS BTR REGION COMMITTEE , State Executive BJP Assam Pradesh
19/09/2025
আমাৰ মৰমৰ জুবিন গাৰ্গক হঠাৎ হেৰুৱাই একেবাৰে মৰ্মাহত হৈছোঁ।
অসমৰ এজন প্ৰকৃত সন্তান জুবিন দা কেৱল এজন অসাধাৰণ শিল্পীয়েই নহয় আমাৰ সাংস্কৃতিক পৰিচয়ৰ আত্মাও আছিল। তেওঁৰ বিদায়ে এটা যুগক সংজ্ঞায়িত কৰা এক কণ্ঠক নিস্তব্ধ কৰি পেলাইছে, শব্দৰে বৰ্ণনা কৰিব নোৱাৰা শূন্যতা এৰি থৈ গৈছে। তথাপিও তেওঁৰ সংগীতে আমাৰ হৃদয়ত প্ৰতিধ্বনিত হৈ থাকিব, তেওঁৰ কালজয়ী মনোভাৱৰ কথা আমাক সোঁৱৰাই থাকিব।
তেওঁৰ পৰিয়াল, বন্ধু-বান্ধৱী, আৰু অগণন প্ৰশংসকলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিলোঁ। তেওঁৰ বিদেহী আত্মাই চিৰশান্তি লাভ কৰক।
OM Shanti
06/05/2024
২৭ এপ্ৰিল - ৫ মে
কোকৰাঝাৰ লোকসভা সমষ্টিৰ অন্তৰ্গত বাক্সা বিধানসভা সমষ্টিৰ বিভিন্ন স্থানত কেইবাখনো দলীয় সভা ও নিৰ্বাচনী প্ৰচাৰ সভাত মৰিয়নী সমষ্টিৰ বিধায়ক Rupjyoti Kurmi ডাঙৰীয়া, অসম চৰকাৰৰ সন্মানীয় মন্ত্ৰী Pijush Hazarika ডাঙৰীয়াৰ লগত অংশগ্ৰহণ কৰাৰ কিছু মুহূৰ্ত ॥
BJP Assam Pradesh
Himanta Biswa Sarma
होली पर्वले सबैको जीवनमा अनन्त खुशी र हाँसोको पल ल्याओस्। माया, हाँसो र मिठा पलहरूले भरिएको होलीको शुभकामना!
01/03/2024
ভাৰতীয় জনতা পাৰ্টি, অসম প্ৰদেশৰ মাননীয় ৰাজ্যিক সভাপতি শ্ৰীযুত ভৱেশ কলিতা ডাঙৰীয়াক জন্মদিনৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ।
Bhabesh kalita ভৱেশ কলিতা
Click here to claim your Sponsored Listing.
Category
Website
Address
Nikashi
Nalbari
781372